অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩০ এপ্ৰিল

১৭৭৭ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী। ১৮৭০ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। ১৯১৬ - ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ। ১৯২৭ - ফাটিমা বিবি, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। ১৯৩৭ - দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ DelhiApril 30, India Today Web Desk New; April 30, 2020UPDATED:; Ist, 2020 10:11. Veteran actor Rishi Kapoor dies at 67 in Mumbai hospital
  2. ↑ Bureau, ABP News. (30 April 2021). Well-Known TV News Anchor Rohit Sardana Passed Away After kidney failure; Had Contracted Coronavirus. news.abplive.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৫৬১৪০২ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।