অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৮ মাৰ্চ

১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ। ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক। ১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ। ১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।

হালনাগাদ: ৮ মাৰ্চ ২০২৩ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

জন্ম

  • ১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ।
  • ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
  • ১৯৮৪ - ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।

মৃত্যু

  • ১৫৩৪ - ৰাণী কৰ্ণাৱতী, ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
  • ১৭০২ - তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৮ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৮০৪৬ (৮ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।