৫ ৪ৰ পিছৰ আৰু ৬ৰ আগৰ স্বাভাৱিক সংখ্যা।১ এই সংখ্যাৰ গুণনীয়ক ১ আৰু ৫, ই এক মৌলিক সংখ্যা।
অন্য সংখ্যাৰ সৈতে যোগ হ'লে
১ৰ পৰা ৫লৈ স্বাভাৱিক সংখ্যাৰ সৈতে যোগ হ'লে পোৱা ফলাফল--
তথ্যসূত্ৰ
- ↑ www.happychild.org.uk/wks/math/key1/numbers1000. ত এই অৱস্থান দেখোৱা হৈছে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৫” প্ৰবন্ধৰ সংশোধন ২২৯৯৫১ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।