অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৫ জুন

১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়। ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে। ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।

হালনাগাদ: ২৪ জুন ২০২৩ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
  • ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
  • ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।

জন্ম

মৃত্যু

  • ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
  • ২০০৯ - মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
  • ২০১১ - সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ জুন” প্ৰবন্ধৰ সংশোধন ৩৬৯৬৪৫ (২৪ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।