অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২

২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।

হালনাগাদ: ৩ মে’ ২০২৬ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

২ হ'ল ১ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।১

গণিতত ২

২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।২, এটি ৰামানুজ যুগ্ম সংখ্যা৩

২ৰ গুণনীয়ক

২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২৪ অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু৫ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা৬

২ৰে বিভাজ্য সংখ্যা

২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।৭ যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।৮

তথ্যসূত্ৰ

  1. ↑ xobdo.org/# search result
  2. ↑ primes.utm.edu/top20/page.php?id=2 2 is listed in Sophie Germain primes list
  3. ↑ planetmath.org/ramanujanprime 2 is shown to be a Ramanujan Prime
  4. ↑ factorzone.tripod.com/1-50.ht{{Dead link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }} ৰ মতে
  5. ↑ mathworld.wolfram.com/PrimeNumber.html states "....the smallest prime is therefore 2
  6. ↑ www.factmonster.com/math/numbers/prime.html ৰ মতে
  7. ↑ search result of xobdo.org/#
  8. ↑ www.factmonster.com/ipka/A0876700.html

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২” প্ৰবন্ধৰ সংশোধন ৬০৪১৭৩ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।