জন্ম
- ১৯০৯ - ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ, ভাৰতীয় শিক্ষাবিদ।
- ১৯৩২ - নিৰুপমা বৰগোহাঞি, অসমীয়া সাহিত্যিক।
- ১৯৬২ - কল্পনা চাওলা, ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী।
- ১৯৭৫ - পুনিত ৰাজকুমাৰ, ভাৰতীয় অভিনেতা।
- ১৯৯০ - ছাইনা নেহৱাল, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু
- ১৮৬০ - বালকদাস, ভাৰতীয় সমাজ সংস্কাৰক।
- ২০০৭ - বনিলী খ’ঙমেন, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৯ - মনোহৰ পাৰিকৰ, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৯২১৭ (১৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।