ঘটনাৱলী
- ১৯৩৬ - ওড়িয়া ভাষাৰ প্ৰথম কথাছবি সীতা বিবাহ পুৰীৰ লক্ষ্মী চিনেমা হলত মুক্তি লাভ কৰিছিল।
- ২০২৫ চন – ভাৰতে ফ্ৰান্সৰ সৈতে ২৬খন ৰাফাল যুদ্ধবিমান কিনিবলৈ $৭.৪ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰে।১
জন্ম
- ১৯১১ - লী ফক্, আমেৰিকান কাৰ্টুনিষ্ট, লেখক।
- ১৯২৯ - ভানু আথাইয়া, ভাৰতীয় কষ্টিউম ডিজাইনাৰ।
- ১৯৪৭ - হুমায়ুন আজাদ, বাংলাদেশী লেখক।
- ১৯৮২ - কোয়েল মল্লিক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮৭ - সামান্থা ৰুথ প্ৰভু, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৮৮৩ - জন ৰাছেল, ইংৰাজ চিকাৰী।
- ১৯৪৫ - বেনিতো মুছোলিনি, দ্বিতীয় মহাযুদ্ধৰ সময়ত ইটালীৰ সৰ্বাধিনায়ক। (জন্ম: ১৮৮৩)
- ২০২১ - মাইকেল কলিন্স, আমেৰিকান মহাকাশচাৰী।
দিৱস
- ছাৰ্ডিনিয়া দিৱস (ছাৰ্ডিনিয়া)
- ৰাষ্ট্ৰীয় বীৰ দিৱস (বাৰ্বাডোচ)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫৭ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।