এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
জন্ম
- ১৮৫৬ - টিকেন্দ্ৰজিৎ সিং, স্বাধীন মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ।
- ১৯১৭ - ৰামানন্দ সাগৰ, ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা।
- ১৯২৬ - নৱকান্ত বৰুৱা, অসমীয়া কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।
- ১৯৭৩ - টুইংকল খান্না, ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮৪ - ৰুবুল দাস, অসমীয়া লেখক, সাংবাদিক।
- ১৯৮৯ - কেই নিশিকোৰি, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ।
- ১৯৯১ - ৰিতু ৰাণী, ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক।
মৃত্যু
- ২০১৫ - ঔম প্ৰকাশ মলহোত্ৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ২০২২ - পেলে, এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। ২
দিৱস
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৪১ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।