ঘটনাৱলী
- ১৫৬৮ - মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
- ১৭৭৪ - কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল।
- ১৯০৪ - চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল।
- ১৯৬২ - চীনে ভাৰত আক্ৰমণ কৰিছিল।
জন্ম
- ১৯৩০ - লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ।
- ১৯৫৭ - কুমাৰ চানু, ভাৰতীয় নেপথ্য গায়ক।
- ১৯৬৪ - কমলা দেৱী হেৰিছ, আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা।
- ১৯৬৭ - মনিকা আলী, বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক।
- ১৯৭৮ - বীৰেন্দ্ৰ সেহৱাগ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৯ - অপৰ্ণা দীক্ষিত, ভাৰতীয় টেলিভিচন অভিনেত্ৰী।
মৃত্যু
- ১৯৫২ - সোণাৰাম পাঞাং কটকী, মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
- ১৯৮৪ - পল এদ্ৰিয়েন মৰিছ ডিৰাক ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০১০ - ফাৰুক গিলানী, পাকিস্তানৰ অষ্টম ৰাষ্ট্ৰপতি।
- ২০১১ - মোৱাম্মাৰ গাড্ডাফি, লিবিয়াৰ নেতা।
- ২০১৬ - জুংক' টাবেই, জাপানীজ পৰ্বতাৰোহী।
দিৱস
- বিশ্ব পৰিসংখ্যা দিৱস।
- নাৰী দিৱস (ভিয়েটনাম)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৩৫১৩১ (১৭ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।