১৫ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম (অধিবৰ্ষত ৭৫ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷
উল্লেখযোগ্য ঘটনাৱলী
জন্ম
- ১৯৩৫ - কাঞ্চি ৰাম, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬৫ - সুনেত্ৰা গুপ্তা, ভাৰতীয় বিজ্ঞানী।
- ১৯৯৩ - আলিয়া ভাট, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ৪৪ খ্ৰীষ্টপূৰ্ৱ - জুলিয়াছ চিজাৰ, ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ।
- ১৯৭৮ - মঘাই ওজা, অসমীয়া ঢোল বাদক।
- ১৯৮৪ - কালিদাস ভট্টাচাৰ্য, ভাৰতীয় দাৰ্শনিক।
- ১৯৯৮ - মালতী চৌধুৰী, ভাৰতীয় সমাজকৰ্মী।
- ২০০৮ - সৰলা ঠকৰাল, প্ৰথম ভাৰতীয় মহিলা বৈমানিক।
দিৱস
- বিশ্ব গ্ৰাহক অধিকাৰ দিৱস
- সংবিধান দিৱস (বেলাৰুছ)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫৩ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।