২৬ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৮টা দিন (অধিবৰ্ষত ৩০৯ দিন) বাকী থাকে।
ঘটনাৱলী
- ১৭৭৫ - বালাম্বাংগন দ্বীপত থকা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা মৰো জলদস্যুৰ দ্বাৰা ধ্বংস কৰা হয়।১
জন্ম
- ১৯৫৭ - শক্তিকান্ত দাস, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।
- ১৯৯৪ - বজৰং পুনিয়া, ভাৰতীয় ফ্ৰী ষ্টাইল মল্ল যুঁজাৰু।
মৃত্যু
- ১৮৫৮ - মণিৰাম দেৱান, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
- ১৮৫৮ - পিয়লি বৰুৱা, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ।
- ১৯৬৬ - বিনায়ক দামোদৰ সাভাৰকাৰ, ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী।
- ১৯৮১ - বেণুধৰ শৰ্মা, অসমীয়া সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী।
- ১৯৮৩ - নন্দ তালুকদাৰ, অসমৰ গৱেষক আৰু জীৱনীকাৰ।
- ১৯৮৭ - আনন্দীবাঈ যোশী, প্ৰথম ভাৰতীয় মহিলা এল'পেথি চিকিৎসক।
- ২০২৪ - পংকজ উধাছ, প্ৰখ্যাত গজল গায়ক। ২
দিৱস
- মুক্তি দিৱস (কুৱেইট)।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৬৩২১৮১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।