অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৬ মে'

১৯১১ - কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়। ১৯৭৫ - ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।

হালনাগাদ: ১৫ মে’ ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯১১ - কলিকতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
  • ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
  • ১৯৭৫ - ছিক্কিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  • ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
  • ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
  • ১৯৯৯ - কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।

জন্ম

  • ১৯০৩ - ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
  • ১৯০৫ - হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
  • ১৯৩১ - কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৩৭ - ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫৩ - মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।

মৃত্যু

  • ১৮৩০ - জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
  • ১৯৯৪ - ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ২০২১ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।

দিৱস

সম্পৰ্কিত শ্ৰেণী

মে'

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৬ মে'” প্ৰবন্ধৰ সংশোধন ৫০৮৭৩৫ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।