ঘটনাৱলী
- ২০১১ - তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু হয়।
জন্ম
- ১৭৭৮ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল।
- ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
- ১৯৩৫ - ভৱকান্ত নাথ, অসমীয়া সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷
- ১৯৪০ - পেলে, ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
- ১৯৬৯ - নন্দিতা দাস, অসমৰ ৰাজনীতিবিদ।
- ১৯৭৪ - অৰবিন্দ আদিগা, ভাৰতীয় ঔপন্যাসিক, সাংবাদিক।
- ১৯৭৯ - প্ৰভাস, তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰ অভিনেতা।
- ১৯৮৩ - অৰ্চনা বৰঠাকুৰ, ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক।
মৃত্যু
- ১৮০৬ - টিমথী ডেক্সটাৰ, আমেৰিকান ব্যৱসায়ী।
- ১৯৮৬ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
- ১৯৮৫ - নৰহৰি বুঢ়া ভকত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম শিল্পী।
- ২০২৩ - বীৰেন্দ্ৰনাথ দত্ত, শিক্ষাবিদ, লেখক, লোক কলাৰ গৱেষক, সংগীত শিল্পী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।১
দিৱস
- ম'ল দিৱস।
- ৰাষ্ট্ৰীয় দিৱস (হাংগেৰী)।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯০৬ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।