অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৯ জানুৱাৰী

২৯ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন (অধিবৰ্ষত ৩৩৭ দিন) বাকী থাকে।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৩ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

২৯ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯তম দিন। বছৰ শেষ হ'বলৈ ৩৩৬ দিন (অধিবৰ্ষত ৩৩৭ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

জন্ম

  • ১৯২৬ - আব্দুছ ছালাম, ন'বেল পুৰস্কাৰ বিজয়ী এজন পাকিস্তানী তত্ত্বীয় পদাৰ্থবিজ্ঞানী।
  • ১৯৩৬ - ৱাল্টাৰ লুইন, ডাচ্চ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক।
  • ১৯৪৪ - এম হুছেইন, অসমৰ মঞ্চ যাদুকৰ।
  • ১৯৬২ - গৌৰী লংকেশ, ভাৰতীয় সাংবাদিক আৰু সক্ৰিয় সমাজকৰ্মী।
  • ১৯৭০ - ৰাজ্যৱৰ্ধন সিং ৰাথোড়, ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান।
  • ১৮৬০ - আণ্টন পাভলোভিচ চেখভ, ৰুছ চিকিৎসক, চুটী-গল্পকাৰ আৰু নাট্যকাৰ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৩৪৮৫ (২৯ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।