জন্ম
- ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (মৃত্যু: ২ অক্টোবৰ, ১৯০৬)
- ১৯২৪ - অৰুন্ধতী দেৱী, ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী।
- ১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।
- ১৯৬৫ - জ্যোতিৰেখা হাজৰিকা, অসমীয়া সাহিত্যিক।
- ১৯৭০ - আন্দ্ৰে আগাছী, আমেৰিকান টেনিছ খেলুৱৈ।
মৃত্যু
- ১৯৮০ - আলফ্ৰেড হিচকক, ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
- ২০১৯ - তুলিকা শইকীয়া, অসমীয়া সাহিত্যিক।
- ২০২০ - ইৰফান খান, ভাৰতীয় অভিনেতা।১ (জন্ম: ৭ জানুৱাৰী, ১৯৬৭)
- ২০২০ - হেম ভৰালী, ভাৰতীয় মুক্তি যুঁজাৰু, সমাজ সৱিকা, গান্ধিবাদী কৰ্মী।২
দিৱস
- আন্তৰ্জাতিক নৃত্য দিৱস।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (29 April 2020). Irrfan Khan, actor extraordinaire and India's face in the West, dies at 53. Hindustan Times
- ↑ (৩০ এপ্ৰিল ২০২০). বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৫৯১২ (২৭ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।