ঘটনাৱলী
- ১৭৭০ চনৰ আজিৰ এই দিনটোত কেপ্টেইন কুকে অষ্ট্ৰেলিয়া আৱিষ্কাৰ কৰে।
জন্ম
- ১৮৮৯ - এডল্ফ হিটলাৰ, জাৰ্মানীৰ ৰাজনীতিবিদ তথা নাজী দলৰ নেতা।
- ১৯১৪ - গোপীনাথ মহান্তি, জ্ঞানপীঠ আৰু পদ্মবিভূষণ বঁটা বিজয়ী ওড়িয়া সাহিত্যক। (মৃত্যু: ২০ আগষ্ট, ১৯৯১)
- ১৯২০ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
- ১৯৪১ - ৰেই টম্লিনছন, আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামাৰ।
- ১৯৪৮ - প'ল আৰ. মিলগ্ৰম, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫০ - নাৰা চন্দ্ৰবাবু নাইডু, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৭২ - মমতা কুলকাৰ্ণী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ২০১৯ - প্ৰণিতা তালুকদাৰ, ভাৰতীয় ৰাজনীতিবিদ, শিক্ষয়িত্ৰী তথা সমাজকৰ্মী।
দিৱস
- ৰাষ্ট্ৰসংঘৰ চীনা ভাষা দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৪৭৩৬ (১৮ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।