অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৬ এপ্ৰিল

১৫৬৪ - ইংৰাজ কবি আৰু নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰক দীক্ষিতকৰণ কৰা হৈছিল। ১৯২১ - নিবাৰণ বৰা, ভাৰতীয় ৰাজনীতিবিদ তথা লেখক। ১৯৩২ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী। ১৯৩৭ - ষ্টেন স্বামী, ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৩ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

  • ১৯২১ - নিবাৰণ বৰা, ভাৰতীয় ৰাজনীতিবিদ তথা লেখক।
  • ১৯৩২ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী।
  • ১৯৩৭ - ষ্টেন স্বামী, ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক।
  • ১৯৭০ - সাৰন্য পোনভান্নন, দক্ষিণ ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - ৰুটজাৰ ব্ৰেগমেন, নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৫৫৫৯ (২৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।