এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- অসম সাহিত্য সভা প্ৰতিষ্ঠা। প্ৰথমাৱস্থাত ইয়াৰ নাম আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা।
- ২০০৪ - দক্ষিণ-পূব এছিয়াত হোৱা প্ৰলয়ঙ্কাৰী ছুনামিত কমেও দহ হেজাৰ লোকৰ মৃত্যু।
জন্ম
- ১৭৯১ - চাৰ্লছ বেবেজ, কম্পিউটাৰৰ পিতৃ পুৰুষ।
- ১৮৯৩ - মাও জেদং, চীনৰ মাওবাদী বিপ্লবৰ নেতা।
- ১৮৯৯ - উধাম সিং, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১৮ - টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
- ১৯২৯ - তাৰক মেহতা, ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ।
- ১৯৮৫ - উদয়ন দুৱৰা, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
- ১৯৮১ - সাৱিত্ৰী গনেশান, ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক।
- ১৯৮৬ - বীণা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯৯ - শঙ্কৰ দয়াল শৰ্মা, ভাৰতৰ নৱম ৰাষ্ট্ৰপতি।
- ২০১৪ - কৰুণা কান্ত কলিতা, বৈষ্ণৱ পণ্ডিত তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ।
দিৱস
- বক্সিং দিৱস (কমন্ৱেল্থ ৰাষ্ট্ৰসমূহ)।
- পিতৃ দিৱস (বুলগেৰিয়া)।
- স্বাধীনতা আৰু একতা দিৱস (শ্লোভেনিয়া)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৪১৩৭২ (২৭ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।