জন্ম
- ১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
- ১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
- ১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
- ১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
মৃত্যু
- ১৮৯২ - বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
- ১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
- ২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৮৭৯১১ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।