অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ঊ

ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।১ 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।২

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঊ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঊ'ৰ গৌণ প্ৰতীক। 'ঊ'ৰ এই ৰূপ হ'ল 'ূ'।৩ যেনে ক্+ঊ= কূ আদি।

ইউনিক’ড

ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৪
স্বতন্ত্ৰ ৰূপঊU+098ABENGALI LETTER UU
গৌণ ৰূপূU+09C2BENGALI VOWEL SIGN UU

'ঊ' বৰ্ণৰে পৰা আৰম্ভ হোৱা শব্দৰ উদাহৰণ

  • ঊণ
  • ঊণহাৰ
  • ঊণী
  • ঊনবিংশ
  • ঊদফাই
  • ঊধা-মূধা
  • ঊধস্য
  • ঊষা
  • ঊষাপুৰ

ঊ-কাৰ যুক্ত শব্দৰ উদাহৰণ

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of স্বৰবৰ্ণ
  2. ↑ World Braille Usage, UNESCO, 2013
  3. ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া স্বৰবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঊ” প্ৰবন্ধৰ সংশোধন ৫৯৩৬২৯ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।