অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাহ

মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৪ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

অসমীয়া বৰ্ষপঞ্জি

অসমীয়া বৰ্ষপঞ্জিৰ বৰ্তমান মাহটো:

অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰমচলিত ইংৰাজী মাহ
১ব'হাগএপ্ৰিল- মে
২জেঠমে- জুন
৩আহাৰজুন- জুলাই
৪শাওণজুলাই- আগষ্ট
৫ভাদআগষ্ট - ছেপ্টেম্বৰ
৬আহিনছেপ্টেম্বৰ - অক্টোবৰ
৭কাতিঅক্টোবৰ - নৱেম্বৰ
৮আঘোণনৱেম্বৰ - ডিচেম্বৰ
৯পুহডিচেম্বৰ - জানুৱাৰী
১০মাঘজানুৱাৰী - ফেব্ৰুৱাৰী
১১ফাগুনফেব্ৰুৱাৰী - মাৰ্চ
১২চ’তমাৰ্চ- এপ্ৰিল

আহোম বৰ্ষপঞ্জি

আহোম বৰ্ষপঞ্জিত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।১টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।২ এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।

ক্ৰমিকঅসমীয়া লিপিতটাই-আহোম লিপিতইংৰাজী মাহ
১ডু'ন-চিঙ𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫নৱেম্বৰ-ডিচেম্বৰ
২ডু'ন-কাম𑜓𑜢𑜤𑜃𑜫 𑜀𑜪ডিচেম্বৰ-জানুৱাৰী
৩ডু'ন-ছাম𑜓𑜢𑜤𑜃𑜫 𑜏𑜪জানুৱাৰী-ফেব্ৰুৱাৰী
৪ডু'ন-ছি𑜓𑜢𑜤𑜃𑜫 𑜏𑜢ফেব্ৰুৱাৰী-মাৰ্চ
৫ডু'ন-হা𑜓𑜢𑜤𑜃𑜫 𑜑𑜡মাৰ্চ-এপ্ৰিল
৬ডু'ন-ৰুক𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫এপ্ৰিল-মে'
৭ডু'ন-চিত𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫মে'-জুন
৮ডু'ন-পেট𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫জুন-জুলাই
৯ডু'ন-কাও𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫জুলাই-আগষ্ট
১০ডু'ন-ছিপ𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫আগষ্ট-ছেপ্টেম্বৰ
১১ডু'ন-ছিপ-ইট𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫ছেপ্টেম্বৰ-অক্টোবৰ
১২ডু'ন-ছিপ-ছং𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁অক্টোবৰ-নৱেম্বৰ

ইছলামিক বৰ্ষপঞ্জি

ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰমদিনআৰবী
১মুহৰম৩০ দিনمحرّم
২সফৰ২৯ দিনصفر
৩ৰবিউল আউয়াল৩০ দিনربيع الأول
৪ৰবিউস সানি২৯ দিনربيع الآخر أو ربيع الثاني
৫জমাদিউল আউয়াল৩০ দিনجمادى الأول
৬জমাদিউস সানি২৯ দিনجمادى الآخر أو جمادى الثاني
৭ৰজব৩০ দিনرجب
৮শা'বান২৯ দিনشعبان
৯ৰমজান৩০ দিনرمضان
১০শাওয়াল২৯ দিনشوّال
১১জ্বিলকদ৩০ দিনذو القعدة
১২জ্বিলহজ্জ২৯ দিন অথবা ৩০ দিনذو الحجة

জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি

#বৰ্ণানুক্ৰমদিন
১জানুৱাৰী৩১ দিন
২ফেব্ৰুৱাৰী২৮ দিন, ২৯ দিন অধিবৰ্ষ
৩মাৰ্চ৩১ দিন
৪এপ্ৰিল৩০ দিন
৫মে'৩১ দিন
৬জুন৩০ দিন
৭জুলাই৩১ দিন
৮আগষ্ট৩১ দিন
৯ছেপ্টেম্বৰ৩০ দিন
১০অক্টোবৰ৩১ দিন
১১নৱেম্বৰ৩০ দিন
১২ডিচেম্বৰ৩১ দিন

বঙালী/হিন্দু বৰ্ষপঞ্জি

বঙালী ভাষা বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰমদিন
১বৈশাখ৩০ দিন
২জ্যৈষ্ঠ৩১ দিন
৩আষাঢ়৩১ দিন
৪শ্ৰাবণ৩১ দিন
৫ভাদ্ৰ৩১ দিন
৬আশ্বিন৩০ দিন
৭কাৰ্তিক২৯ দিন
৮অগ্ৰহায়ণ২৯ দিন
৯পৌষ২৯ দিন
১০মাঘ২৯ দিন
১১ফাল্গুন২৯ দিন
১২চৈত্ৰ৩০ দিন

তামিলসকলৰ মাহবোৰ

তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰম
১চিতিৰাই
২ভাইকাচি
৩আনি়
৪আদি
৫আভানি
৬পুৰৰাথিচি
৭আইয়পাচি
৮কাৰথিগাই
৯মাৰগাযহি
১০থাই
১১মাচি
১২পাঙ্গুনি

সিংহলি বৰ্ষপঞ্জি

সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰম
১ভেসাক
২পসন
৩এসাল
৪নিকিন
৫বিনাৰ
৬ভাপ
৭ইল
৮অন্দুভাপ
৯দুৰুথ
১০নাভাম
১১মেদিন
১২বাক

উৎস প্ৰসংগ

  1. Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies

তথ্যসূত্ৰ

  1. ↑ Phukan Baruah 1964, পৃ. 193
  2. ↑ Phukan Baruah 1964, পৃ. 193

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহ” প্ৰবন্ধৰ সংশোধন ৪১৬১১০ (৩১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।