মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।
নামকৰণ
মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।
দিৱস
- বীমা দিৱস: ১ মাৰ্চ
- পতাকা দিৱস: ২ মাৰ্চ
- বিশ্ব বন্যপ্ৰাণী দিৱস: ৩ মাৰ্চ
- আন্তৰ্জাতিক নাৰী দিৱস: ৮ মাৰ্চ
- আন্তৰ্জাতিক গণিত দিৱস: ১৪ মাৰ্চ
- আন্তৰ্জাতিক সুখ দিৱস: ২০ মাৰ্চ
- বিশ্ব কবিতা দিৱস: ২১ মাৰ্চ
- বিশ্ব জল দিৱস: ২২ মাৰ্চ
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৯৬৮৩৬ (১২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।