অসমৰ দুটা যুগৰ দুজন কবিক একে নামেৰে জনা যায়৷ এজনক ককা নীলমণি ফুকন হিচাপে জনা যায় যদিও দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে ইয়াত তলত দিয়াৰ দৰে সজাই তোলা হৈছে৷
- নীলমণি ফুকন (জ্যেষ্ঠ): সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী৷
- নীলমণি ফুকন (কনিষ্ঠ): কবি, সমালোচক, অধ্যাপক আৰু সাহিত্যিক৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৬৯৬২২ (১২ এপ্ৰিল ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।