ঋ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে।১ ব্ৰেইল্ত 'ঋ'-ক এনেদৰে লিখা যায়।২
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঋ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঋ'ৰ গৌণ ৰূপ। 'ঋ'ৰ সেই ৰূপটো হ'ল 'ৃ'।৩ উদাহৰণ স্বৰূপে, ক্+ঋ=কৃ।
ব্যৱহাৰ
ঋযুক্ত বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
ঋ-কাৰযুক্ত শব্দৰ উদাহৰণ
ইউনিক’ড
| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ৪ |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | ঋ | U+098B | BENGALI LETTER VOCALIC R | |
| গৌণ ৰূপ | ৃ | U+09C3 | BENGALI VOWEL SIGN VOCALIC R |
তথ্যসূত্ৰ
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ 'অসমীয়া বৰ্ণমালা--স্বৰবৰ্ণ'ৰ মতে
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋ” প্ৰবন্ধৰ সংশোধন ৬৩৩০৮১ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।