[[চিত্ৰ:Maple leaf in fall.jpg|অক্টোবৰ মাহত ৰঙা মেপেল ( Acer rubrum ) পাত (উত্তৰ গোলাৰ্ধ)। অক্টোবৰ সাধাৰণতে উত্তৰ গোলাৰ্ধৰ কিছু অংশত শৰৎকালৰ সৈতে জড়িত, আৰু দক্ষিণ গোলাৰ্ধৰ কিছু অংশত বসন্ত ঋতুৰ সৈতে জড়িত, য'ত ই উত্তৰ গোলাৰ্ধত এপ্ৰিল মাহৰ ঋতুৰ সমতুল্য আৰু বিপৰীতভাৱে।]]
অক্টোবৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ দশম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
অক্টোবৰ মাহৰ নামটো লেটিন আৰু গ্ৰীক ভাষাৰ octa (ôctō)ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ অষ্টম। পিছলৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কেলেণ্ডাৰত সংযোজন হয়।
প্ৰতীকসমূহ
]]

অক্টোবৰ মাহৰ জন্মৰ ৰত্ন হৈছে টুৰ্মেলিন আৰু অ'পেল।১ ইয়াৰ জন্মৰ ফুল হৈছে কেলেণ্ডুলা।২ এই মাহৰ ৰাশিচিহ্নসমূহ হৈছে তুলা (২২ অক্টোবৰলৈ) আৰু বৃশ্চিক (২৩ অক্টোবৰৰ পৰা)।৩৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gemstone Leaflet. Jewelers of America
- ↑ SHG Resources. Birth Months, Flowers, and Gemstones. SHG Resources
- ↑ The Earth passes the junction of the signs at 22:59 UT/GMT October 22, 2020, and will pass it again at 04:51 UT/GMT October 23, 2021
- ↑ Astrology Calendar. yourzodiacsign. Signs in UT/GMT for 1950–2030
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৫১৫৩৭০ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।