অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আ

আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আ (IPA:a) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।১ 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে লিখা যায়।২

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'আ'ৰ গৌণ প্ৰতীক। 'আ'ৰ এই ৰূপ হ'ল 'া'।৩ যেনে ক্+আ=কা আদি।

ইউনিক’ড

ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৪
স্বতন্ত্ৰ ৰূপআU+0986BENGALI LETTER AA
গৌণ ৰূপাU+09BEBENGALI VOWEL SIGN AA

'আ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

  • আম
  • আই
  • আকাশবাণী
  • আৰ্যভট্ট
  • আইদেউ
  • আইন
  • আইমণি
  • আকস্মিক
  • আকাশ
  • আকাশীতৰা
  • আপুৰুগীয়া
  • আবেগ
  • আবেলি
  • আভ্যন্তৰীণ
  • আভা
  • আমাৰ
  • আৰ্তনাদ
  • আৰম্ভ
  • আৰ্য
  • আৰাধ্য
  • আলু
  • আলোক
  • ‌ আলোকচিত্ৰ
  • আলোকবিজ্ঞান
  • আলোচনা
  • আশা
  • আক্ষৰিক

আ-কাৰ যুক্ত শব্দৰ উদাহৰণ

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of স্বৰবৰ্ণ
  2. ↑ World Braille Usage, UNESCO, 2013
  3. ↑ xobdo.org/article/L0102
  4. ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া স্বৰবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আ” প্ৰবন্ধৰ সংশোধন ৫৯৩১৮৯ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।