ও অসমীয়া লিপিৰ স্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।১ 'ও'ও এটি স্বৰধ্বনি, সেয়েহে 'ও' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ও'-ক এনেদৰে লিখা যায়।২
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ও'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ও'ৰ গৌণ প্ৰতীক। 'ও'ৰ এই ৰূপ হ'ল 'ো'।৩ যেনে-ক্+ও=কো আদি।
ইউনিক’ড
| ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ৪ |
|---|---|---|---|---|
| স্বতন্ত্ৰ ৰূপ | ও | U+0993 | BENGALI LETTER O | |
| গৌণ ৰূপ | ো | U+09CB | BENGALI VOWEL SIGN O |
'ও' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
ও-কাৰ যুক্ত শব্দৰ উদাহৰণ
তথ্যসূত্ৰ
- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ও” প্ৰবন্ধৰ সংশোধন ৬১৭৬৫৮ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।