বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
১২ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
১৩ মে'
১৯৯৫ - প্ৰথম মহিলা হিচাপে এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে। ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে। ১৯০৫ - ফকৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। (মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৭৭) ১৯১৮ - বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
-
১৪ জুলাই
১৬৩৬ - ঔৰংজেৱক পিতৃ শ্বাহজাহানে দক্ষিণ ভাৰতৰ শাসনকৰ্তা হিচাপে নিযুক্তি দিয়ে। ১৭৮৯ - ফৰাচী বিপ্লৱৰ বাষ্টিল কাৰাগাৰৰ ধুমুহা (ইংঃ Storming of the Bastille) সূচনা হৈছিল। ১৮৬৭ - আলফ্ৰেড নোবেলৰ (যাৰ নামত নোবেল বঁটা প্ৰচলিত) দ্বাৰা ডিনামাইটৰ বিস্ফোৰণ শক্তি প্ৰদৰ্শিত হৈছিল।
-
১৬ জুন
বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
-
১৭২৯ (সংখ্যা)
১৭২৯ বা হাৰ্ডি-ৰামানুজন সংখ্যা ১৭২৮ৰ পিছৰ আৰু ১৭৩০ৰ আগৰ স্বাভাৱিক সংখ্যা। ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লগ কৰিবলৈ গ'ল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে:
-
২ আগষ্ট
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২০১৬ চন
২০১৬ (MMXVI) এটি অধিবৰ্ষ যিটো শুক্ৰবাৰ দিনাখন আৰম্ভ। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী অনুযায়ী, এয়া কমন এৰা আৰু আন্ন দমিনাইৰ ২০১৬তম বছৰ; ৩য় সহস্ৰাব্দৰ ১৬তম বছৰ আৰু ২১শ শতাব্দী; আৰু ২০১০ দশকৰ সপ্তম বছৰ।
-
২০২৬ চনৰ ব্ৰড পিক হিমস্খলন
২০২৬ চনৰ ৩০ জুলাইত পাকিস্তানৰ কাৰাকোৰাম পৰ্বতশ্ৰেণীৰ ব্ৰড পিকত উপনীত হ’বলৈ চেষ্টা কৰা ১০ জনীয়া পৰ্বতাৰোহীৰ এটা দলৰ ওপৰত হিমস্খলন হয়। কেম্প ২ আৰু কেম্প ৩ৰ মাজৰ ঢালত প্ৰায় ৬,৬০০ মিটাৰ (২১,৭০০ ফুট) উচ্চতাত সংঘটিত হোৱা এই হিমস্খলনে সকলো পৰ্বতাৰোহীকে পৰ্বতৰপৰা তললৈ ঠেলি দিয়ে।
-
২৫ অক্টোবৰ
১৯৪৭ - পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ সহায় প্ৰাৰ্থনা। ১৯৫১ - স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত। ১৯৭১ - চীন ৰাষ্ট্ৰসংঘৰ সদস্য হয় আৰু টাইৱান বহিষ্কৃত হয়।
-
২৬ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৭ মে'
১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে। ১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।
-
২৮ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩ ফেব্ৰুৱাৰী
৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৫ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৭ জুন
১৯৬৩ - প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
-
৮ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৮ জুলাই
১৮৮৯ - বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয়। ১৯৫৪ - বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয়। ১৯৯০ - সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল।
-
৯ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৯ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
ৰজা চালবান
ৰজা চালবান (; ছালিভাহন বুলিও জনা যায়) এজন কিংবদন্তি ভাৰতীয় ৰজা আছিল যিয়ে পঞ্জাৱত চহৰখন আৰু চিয়ালকোট দুৰ্গ প্ৰতিষ্ঠা কৰিছিল বুলি কোৱা হয়। পাঞ্জাবী লোককথা অনুসৰি তেওঁ পুৰাণ ভগত আৰু ৰজা ৰাছালুৰ দুঃসাহসিক কাহিনীৰ নায়ক ৰজা ৰাছালুৰ পিতৃ।
-
ৰমলা সিনহা
ৰমলা সিনহা (Romola Sinha, ১৯১৩–২০১০) ভাৰতৰ পশ্চিমবংগৰ এগৰাকী মহিলা অধিকাৰকৰ্মী আৰু সমাজ-কৰ্মী আছিল। তেওঁৰ স্বামী এজন সুপৰিচিত দণ্ডাধীশ আৰু কালেক্টৰ আছিল৷ তেওঁ ৰায়পুৰৰ অভিজাত বেৰন সিনহা পৰিয়ালৰ সদস্য আছিল। তেওঁ স্বাধীনতাৰ পূৰ্বে হাউছ অৱ লৰ্ডছলৈ উত্তৰণ ঘটা একমাত্ৰ ভাৰতীয় আছিল।
-
ৰাগ ইমন
ইমন (কল্যাণ, ইমন, আইমন, ইমান, কৰ্ণাটকী শাস্ত্ৰীয় সংগীতত কল্যাণী নামেৰেও পৰিচিত) হৈছে কল্যাণ ঠাটৰ এক সপ্তক (সম্পূৰ্ণ) হিন্দুস্তানী শাস্ত্ৰীয় ৰাগ। ইয়াৰ বিশিষ্ট বাক্য (পকড়) হৈছে নি-ৰে-গা-/ৰে-গা/নি-ৰে-সা/পা--গা-ৰে/নি-ৰে-সা' (মা তীব্ৰ)।
-
ৰাণা নায়াৰ
ৰাণা নায়াৰ (জন্ম ১৯৫৭) পাঞ্জাৱীৰ পৰা ইংৰাজীলৈকে কবিতা আৰু চুটি কথাসাহিত্যৰ অনুবাদক। তেওঁৰ কৃতিত্বত চল্লিশটাতকৈও অধিক কবিতা আৰু অনুবাদৰচনা আছে। তেওঁ এজন থিয়েটাৰ শিল্পী আৰু কেইবাটাও মুখ্য পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰযোজনাত অংশগ্ৰহণ কৰিছে।
-
ৰায়গড় দুৰ্গ
ৰায়গড় দুৰ্গ ভাৰতৰ মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহাদ চহৰত অৱস্থিত এটা পাহাৰীয়া দুৰ্গ। ই ডেকান মালভূমিৰ অন্যতম শক্তিশালী দুৰ্গ আৰু ঐতিহাসিকভাৱে ইয়াক ৰাইৰী বা ৰেইৰী দুৰ্গ বুলি কোৱা হৈছিল।
-
ৰায়মল সিংহ
ৰাণা ৰায়মল সিংহ, যাক ৰাণা ৰায়মল বুলিও জনা যায়, (মৃত্যু ১৪৭৩–১৫০৯) মেৱাৰ ৰাজ্যৰ এজন ছিছোদিয়া ৰাজপুত শাসক আছিল। ৰাণা ৰাইমল ৰাণা কুম্ভৰ কনিষ্ঠ পুত্ৰ আৰু তেওঁৰ পূৰ্বৰ ৰাণা প্ৰথম উদয় সিংহৰ কনিষ্ঠ ভাতৃ আৰু ৰাণা ছাংগাৰ পিতৃ।
-
ৰুবিয়াছ হেগ্ৰিড
ৰুবিয়াছ হেগ্ৰিড (Rubeus Hagrid) জে. কে. ৰাউলিং সৃষ্ট হেৰী পটাৰ শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। “হেৰী পটাৰ এণ্ড দ্য ফিল’ছ'ফাৰ্ছ ষ্ট'ন”ত আবিৰ্ভাৱ ঘটা অৰ্ধ-দৈত্য আৰু অৰ্ধ-মানৱ হেগ্ৰিড হ’ল হগৱাৰ্টছৰ গৰখীয়া তথা ছাবিসমূহৰ ৰক্ষক।
-
ৰূদ্ৰ বীণা
ৰুদ্ৰ বীণা (रुद्र वीणा) (ইয়াক ৰুদ্ৰবীণা বা ৰুদ্ৰ বীণা বুলিও বানান কৰা হয়), যাক উত্তৰ ভাৰতত বীন বুলিও কোৱা হয়, এটা বৃহৎ তাঁৰৰ বাদ্যযন্ত্ৰ যি হিন্দুস্থানী শাস্ত্ৰীয় সংগীতত, বিশেষকৈ ধ্ৰুপদত ব্যৱহৃত হয়। মৌখিক পৰম্পৰাই এই যন্ত্ৰটো শিৱৰ সৈতে জড়িত বুলি কয়, যি হিন্দু ধৰ্মৰ প্ৰধান দেৱতা।
-
ৱাটাদাগে
ৱাটাদাগে হৈছে শ্ৰীলংকাত পোৱা এক প্ৰকাৰৰ বৌদ্ধ গঠন। ইয়াক দাগে, থুপাগৰা আৰু চেতিয়াগৰা বুলিও জনা যায়। ইয়াৰ কিছু ভাৰতীয় প্ৰভাৱ আছিল যদিও ই প্ৰায় একান্তভাৱে প্ৰাচীন শ্ৰীলংকাৰ স্থাপত্যৰ বৈশিষ্ট্যপূৰ্ণ গঠন।
-
ৱিকিপিডিয়া বট
ৱিকিপিডিয়া বট (Wikipedia bots) একপ্ৰকাৰৰ ইণ্টাৰনেট বট যি স্বয়ংক্ৰিয় বা অৰ্ধ-স্বয়ংক্ৰিয় ভাবে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য পুনৰাবৃত্তিমূলক সম্পাদনাসমূহ কৰে। ৱিকিপিডিয়াত মানুহৰ বাবে কৰা অত্যন্ত দুৰূহ আৰু সময় অপব্যয়ক কাৰ্য সম্পাদন কৰিবলৈ বট ব্যৱহাৰ কৰা হয়।