অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০১৬ চন

২০১৬ (MMXVI) এটি অধিবৰ্ষ যিটো শুক্ৰবাৰ দিনাখন আৰম্ভ। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী অনুযায়ী, এয়া কমন এৰা আৰু আন্ন দমিনাইৰ ২০১৬তম বছৰ; ৩য় সহস্ৰাব্দৰ ১৬তম বছৰ আৰু ২১শ শতাব্দী; আৰু ২০১০ দশকৰ সপ্তম বছৰ।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৫ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

২০১৬ (MMXVI) এটি অধিবৰ্ষ যিটো শুক্ৰবাৰ দিনাখন আৰম্ভ। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী অনুযায়ী, এয়া কমন এৰা আৰু আন্ন দমিনাইৰ ২০১৬তম বছৰ; ৩য় সহস্ৰাব্দৰ ১৬তম বছৰ আৰু ২১শ শতাব্দী; আৰু ২০১০ দশকৰ সপ্তম বছৰ।

সম্ভাৱ্য আৰু নিৰ্ধাৰিত ঘটনাৱলী

জুন

  • ১১ জুন - ইউৰোপীয়ান চেম্পিয়ন শ্বীপ।

আগষ্ট

  • ৫ আগষ্ট - গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব।

মৃত্যু

জানুৱাৰী

ফেব্ৰুৱাৰী

  • ৯ ফেব্ৰুৱাৰী - সুশীল কৈৰালা, নেপালৰ ৩৭তম প্ৰধানমন্ত্ৰী (জন্ম: ১৯৩৯)
  • ১৯ ফেব্ৰুৱাৰী - উমবেৰ্তো একো, ইটালীয় সাহিত্যিক, দাৰ্শনিক আৰু সংকেত বিশ্লেষক (জন্ম: ১৯৩২)

মাৰ্চ

  • ৩ মাৰ্চ - মাৰ্টিন ক্ৰো, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ আৰু ধাৰাভাষ্যকাৰ (জন্ম: ১৯৬২)
  • ৪ মাৰ্চ - পূৰ্ণ এজিটক চাংমা, ভাৰতীয় ৰাজনীতিবিদ (জন্ম: ১৯৪৭)
  • ৫ মাৰ্চ - ৰে টমলিনচন, মাৰ্কিন কম্পিউটাৰ প্ৰোগ্ৰামাৰ (জন্ম: ১৯৪১)
  • ১২ মাৰ্চ - লয়েড চেপলে, নোবেল বিজয়ী মাৰ্কিন গণিত আৰু অৰ্থনীতিবিদ (জন্ম: ১৯২৩)
  • ৩১ মাৰ্চ - ইমৰে কাৰ্টেজ, নোবেল বিজয়ী হাঙ্গেৰীয় লিখক (জন্ম: ১৯২৯)

এপ্ৰিল

  • ১৯ এপ্ৰিল - ৱাল্টাৰ ক'ন, নোবেল বিজয়ী মাৰ্কিন পদাৰ্থবিজ্ঞানী (জন্ম: ১৯২৩)
  • ২১ এপ্ৰিল - প্ৰিঞ্চ ৰজাৰ নেলচন, মাৰ্কিন সঙ্গীতশিল্পী (জন্ম: ১৯৫৮)

জুন

  • ৫ জুন - মনোহৰ আইচ, ভাৰতীয় বডিবিল্ডাৰ (জন্ম: ১৯১২)
  • ২২ জুন -
    • সমীৰ ৰায়চৌধুৰী, ভাৰতীয় বাংলা সাহিত্যিক (জন্ম: ১৯৩৩)
    • আমজাদ ফৰিদ সাবৰি, পাকিস্তানি চুফি সঙ্গীতশিল্পী (জন্ম: ১৯৭৬)

জুলাই

আগষ্ট

  • ১৯ আগষ্ট - সুব্ৰত বেনাৰ্জী, প্ৰাক্তন ভাৰতীয় ক্ৰিকেট আম্পায়াৰ (জন্ম: ১৯৪৫)
  • ২৫ আগষ্ট - জেমচ ক্ৰোনিন, নোবেল বিজয়ী মাৰ্কিন নিউক্লীয় পদাৰ্থবিজ্ঞানী (জন্ম: ১৯৩১)

ছেপ্টেম্বৰ

  • ১৬ ছেপ্টেম্বৰ - কাৰ্লো আজেলিও চিয়াম্পি, ইটালীৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী (জন্ম: ১৯২০)

অক্টোবৰ

  • ১৩ অক্টোবৰ - ভূমিবল অতুলতেজ, থাইলেণ্ডৰ ৰজা (জন্ম: ১৯২৭)
  • ২০ অক্টোবৰ - জুনকো তাবেই, জাপানী পৰ্বতাৰোহী আৰু প্ৰথম এভাৰেস্ট বিজয়ী নাৰী (জন্ম: ১৯৩৯)

নভেম্বৰ

  • ৭ নভেম্বৰ - লিওনাৰ্ড কোহেন, কানাডীয় সঙ্গীতশিল্পী আৰু কবি (জন্ম: ১৯৩৪)
  • ২৫ নভেম্বৰ -
    • ফিডেল কাষ্ট্ৰ', কিউবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি (জন্ম: ১৯২৬)

ডিচেম্বৰ

  • ৫ ডিচেম্বৰ - জয়ললিতা জয়ৰাম, ভাৰতীয় ৰাজনীতিবিদ (জন্ম: ১৯৪৮)
  • ১৩ ডিচেম্বৰ - টমাচ শেলিং, নোবেল বিজয়ী মাৰ্কিন অৰ্থনীতিবিদ (জন্ম: ১৯২১)
  • ২১ ডিচেম্বৰ - ছিডনি ডেভিড ড্ৰেল, মাৰ্কিন তাত্ত্বিক পদাৰ্থবিজ্ঞানী (জন্ম: ১৯২৬)
  • ২৫ ডিচেম্বৰ - জৰ্জ মাইকেল, বিশ্ববিখ্যাত ইংৰাজী ভাষা পপ গায়ক। (জন্ম: ১৯৬৩)২

তথ্যসূত্ৰ

  1. ↑ (7 January 2016). Mufti Mohammad Sayeed, chief minister of Jammu and Kashmir, passes away at AIIMS Delhi. Indian Express
  2. ↑ www.theguardian.com/music/2016/dec/25/george-mic

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৬ চন” প্ৰবন্ধৰ সংশোধন ৫৬৬৩১১ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।