অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৰাণা নায়াৰ

ৰাণা নায়াৰ (জন্ম ১৯৫৭) পাঞ্জাৱীৰ পৰা ইংৰাজীলৈকে কবিতা আৰু চুটি কথাসাহিত্যৰ অনুবাদক। তেওঁৰ কৃতিত্বত চল্লিশটাতকৈও অধিক কবিতা আৰু অনুবাদৰচনা আছে। তেওঁ এজন থিয়েটাৰ শিল্পী আৰু কেইবাটাও মুখ্য পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰযোজনাত অংশগ্ৰহণ কৰিছে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২২ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ৰাণা নায়াৰ (জন্ম ১৯৫৭) পাঞ্জাৱীৰ পৰা ইংৰাজীলৈকে কবিতা আৰু চুটি কথাসাহিত্যৰ অনুবাদক। তেওঁৰ কৃতিত্বত চল্লিশটাতকৈও অধিক কবিতা আৰু অনুবাদৰচনা আছে। তেওঁ এজন থিয়েটাৰ শিল্পী আৰু কেইবাটাও মুখ্য পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰযোজনাত অংশগ্ৰহণ কৰিছে। তেওঁ সন্ত বাবা ফৰিদৰ পাঞ্জাৱী ভক্তিমূলক কবিতাৰ ইংৰাজী অনুবাদৰ বাবে সাহিত্য অকাডেমী সোণালী জয়ন্তী বঁটা লাভ কৰিছিল।

জীৱন আৰু কাম

নায়াৰে ১৯৮০ চনৰ পৰা ১৯৯০ চনলৈ চিমলাৰ ছেইণ্ট বেডছ কলেজত ইংৰাজী সাহিত্য অধ্যাপনা কৰিছিল। ১৯৯০ চনত তেওঁ চণ্ডিগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত যোগদান কৰে, য'ত তেওঁ ইংৰাজী আৰু সাংস্কৃতিক অধ্যয়ন বিভাগৰ অধ্যাপক আৰু মুৰব্বী হয়। তেওঁ পিটাৰ ৱাল ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিজৰ ভিজিটিং প্ৰফেচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে।

গ্ৰন্থপঞ্জী

  • Night of the Half Moon, (1996), Macmillan Publishers
  • Parsa (2000), National Book Trust
  • From Across the Shores: Punjabi Short Stories by Asians in Britain (2002), Sterling Publishers, ISBN 978-81-207241-4-3
  • Earthly Tones (2002), Fiction House
  • The Eye of a Doe and Other Stories (2003), Sahitya Akademi
  • Melting Moments (2004), Unistar
  • Tale of a Cursed Tree (2004), Ravi Sahitya Prakashan
  • The Survivors (2005), Katha
  • Slice of Life (2005), Unistar
  • Shivoham (2007), Rupa Publications, ISBN 978-81-207241-4-3
  • Gurdial Singh - A Reader (2012), Sahitya Akademi, ISBN 978-81-260339-7-3
  • Alms in the Name of a Blind Horse, Rupa

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণা নায়াৰ” প্ৰবন্ধৰ সংশোধন ৩৩৩৪১০ (১৮ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।