অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৭২৯ (সংখ্যা)

১৭২৯ বা হাৰ্ডি-ৰামানুজন সংখ্যা ১৭২৮ৰ পিছৰ আৰু ১৭৩০ৰ আগৰ স্বাভাৱিক সংখ্যা। ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লগ কৰিবলৈ গ'ল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে:

হালনাগাদ: ২ জুলাই ২০২৪ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

১৭২৯ বা হাৰ্ডি-ৰামানুজন সংখ্যা ১৭২৮ৰ পিছৰ আৰু ১৭৩০ৰ আগৰ স্বাভাৱিক সংখ্যা।

ব্ৰিটিছ গণিতজ্ঞ হাৰ্ডি এবাৰ চিকিৎসালয়লৈ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লগ কৰিবলৈ গ'ল আৰু তেতিয়াই ৰামানুজনে এই সংখ্যাৰ বিশেষত্ব দাঙি ধৰিলে। হাৰ্ডিৰ ভাষাৰে:১২৩ ৪

"মোৰ তেওঁক এবাৰ পুটনিত তেওঁৰ বেমাৰ হোৱাত চাবলৈ যোৱাৰ কথা মনত পৰে। মই টেক্সি কেব নং '১৭২৯'এৰে গৈছিলো আৰু মন কৰিলো যে সংখ্যাটো নিৰস আৰু আশা কৰিলো যে সেয়া অশকুন নহওক। "নহয়," তেওঁ উত্তৰ দিলে, "এয়া এটি অতিকৈ সৰস সংখ্যা, এয়া দুই ধৰণেৰে ঘনকৰ যোগফল হিচাপে দেখুৱাব পৰা সবাটোকৈ সৰু সংখ্যা।"

২ ধৰণ হ'ল: ১৭২৯ = ১৩ + ১২৩ = ৯৩ + ১০৩</font> এই উক্তি কেতিয়াবা "ধনাত্মক ঘন" সংজ্ঞা ব্যৱহাৰ কৰিও লিখা হয়, কাৰণ শূন্যতকৈ সৰু সংখ্যাৰ ঘন ব্যৱহাৰ কৰিলে ৯১হে তেনে সবাটোকৈ সৰু সংখ্যাফিচাপে ওলায়, ৯=৬৩+(-৫)৩=৪৩+৩৩। ৯১ পিচে ১৭২৯ৰ গুণনীয়ক।

ঘনৰ যোগফল হিচাপে ২ ধৰণে দেখুৱাব পৰা সংখ্যাসমূহক 'টেক্সিকেব সংখ্যা' বুলি কোনো কোনোৱে কয় যদিও এই ঘটনাৰ পূৰ্বৰ ১৬৫৭ চনৰ ৰামানুজনৰ এখন ডায়েৰীতো এই সংখ্যাৰ উল্লেখ আছে। এই কথা ফ্ৰেনিক্ল ডে বেচিয়ে আঙুলিয়াইছিল।

একে প্ৰকাশেই ১৭২৯ক "ফাৰ্মেট নিয়েৰ মিছেছ"ৰ প্ৰথম সংখ্যা কৰিছে। যাক 1 + z3ৰ ৰুপত লিখিব পৰা যায়।

আন গুণ

  • ৩য় কাৰ্মিকেল সংখ্যা আৰু স্ফেনিক সংখ্যা
  • জেইজেল সংখ্যা, চেণ্টাৰ্ড কিউব সনখ্যা, ডো'ডেকাগনেল (দ্বাদশভুজীয়) সংখ্যা, ৮৪-গনেল সংখ্যা।
  • দশমিক, হেক্সাডেচিমেল আৰু অক্টেল সংখ্যা প্ৰণালীত ই এক হৰ্চদ সংখ্যা, ই নিজৰ ডিজিটসমূহৰ যোগফলৰ দ্বাৰা বিভাজ্য
  • ট্ৰেন্সেণ্ডেল সংখ্যা eৰ দশমিক বিস্তাৰত ১৭২৯ সংখ্যাক ডেচিমেল ডিগিটৰ পাছৰপৰা বিশেষ কিছু গুণ দেখা যায়

মাচাহিক' ফুজিৱাৰাই প্ৰকাশ কৰিছিল যে ১৭২৯ ১, ৮১, ১৪৫৮ আৰু ১৭২৯ৰ গোটৰ অংগ, এই বাবে যে এই সংখ্যাৰ ডিজিটসমূহ যোগ কৰি সেই যোগফল যোগফলটোৰ ডিজিটসমূহ বিপৰীত ক্ৰমত সাজিলে লাভ কৰা সংখ্যাৰ লগত পূৰণ কৰিলে পুনৰ প্ৰথম সংখ্যা পোৱা যায়। 1 + 7 + 2 + 9 = 19 19 × 91 = 1729

লগতে চাওক

  • A Disappearing Number, a 2007 play about Ramanujan in England during World War I.
  • Berry paradox
  • Interesting number paradox
  • Taxicab number
  • 4104, the second positive integer which can be expressed as the sum of two positive cubes in two different ways.

তথ্য সংগ্ৰহ

  • Gardner, Martin. (1973). Mathematical Puzzles and Diversions. Pelican / Penguin Books. ISBN 0-14-020713-9
  • Guy, Richard K. (2004). Unsolved Problems in Number Theory. Problem Books in Mathematics, Vol. 1. Springer. ISBN 0-387-20860-7 - D1 mentions the Hardy–Ramanujan number.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Quotations by Hardy
  2. ↑ Singh, Simon. (15 October 2013). Why is the number 1,729 hidden in Futurama episodes?. BBC News Online
  3. ↑ Hardy, G H. (1940). Ramanujan. Cambridge University Press (original). পৃ. 12
  4. ↑ Hardy, G. H. (1921). Srinivasa Ramanujan. Proc. London Math. Soc.. পৃ. xl-lviii

সম্পৰ্কিত শ্ৰেণী

সংখ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৭২৯ (সংখ্যা)” প্ৰবন্ধৰ সংশোধন ৪২৪৫৬৪ (২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।