অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩ ফেব্ৰুৱাৰী

৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০২৪ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩১টা দিন (অধিবৰ্ষত ৩৩২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  • ১৯৭১ - তৃতীয়টো মানৱবাহী চন্দ্ৰ অভিযান "এপ'ল' ১৪"ৰ অংশ হিচপে মহকাশচাৰী এলেন শ্বেপাৰ্ড আৰু এডগাৰ কলিন্সে চন্দ্ৰৰ বুকুত অৱতৰণ কৰে।
  • ২০০৬ - ইজিপ্তৰ এখন যাত্ৰীবাহী ফেৰী ৰঙা সাগৰ (ৰেড ছী)ত দুৰ্ঘটনাগ্ৰস্থ হয় য'ত কমেও ১০০০জন লোকে প্ৰাণ হেৰুৱাই।

জন্ম

  • ১৮৭৩ - অতীন্দ্ৰনাথ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৮৮৩ - ঊৰ্মিলা দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৮৮৩ - নন্দলাল বসু, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৯৩৮ - ৱাহীদা ৰহমান, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯৬ - দূতী চান্দ, ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৪২৮৩ (২ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।