বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মোচ
মোচ বা গোঁফ (Mustache) হৈছে মানুহৰ ওপৰ ওঁঠৰ ওপৰত গজা নোম। গোটেই ইতিহাসত বিভিন্ন ধৰণৰ মোচৰ বিষয়ে আছে।
-
যখাৰ
যখাৰ পটাছিয়ামৰ এবিধ যৌগ। ইয়াৰ ৰাসায়নিক নাম পটাছিয়াম নাইট্ৰেট (KNO3)। ই পটাছিয়াম আয়ন K+ আৰু নাইট্ৰেট আয়ন NO3− ৰ আয়নিক লৱণ, আৰু সেইবাবে এটা ক্ষাৰকীয় ধাতু নাইট্ৰেট। প্ৰকৃতিত ইয়াক নাইটাৰ (niter) নামৰ এক খনিজ পদাৰ্থ হিচাপে পোৱা যায়।
-
য়ে দিল মাংগে মোৰ
য়ে দিল মাংগে মোৰ! ১৯৯৮ চনত অনুজা চৌহানে জে ডব্লিউ টিত পেপচিৰ বাবে উদ্ভাৱন কৰা এটা বিজ্ঞাপনৰ শ্লোগান। ইয়াত হিন্দী আৰু ইংৰাজীৰ সংমিশ্ৰণ ঘটিছে, আক্ষৰিক অৰ্থ এই হৃদয়খনে অধিক বিচাৰে, যিটো পিছলৈ জনপ্ৰিয় শ্লোগানলৈ পৰিণত হৈছিল। ভাৰতত এই শ্লোগান আৰু ইয়াৰ ডেৰাইভেটিভসমূহ একাধিক প্ৰসংগত ব্যৱহাৰ কৰা হৈছে।
-
যোৰানাম
যোৰানাম অসমীয়া বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা লঘু সুৰৰ কৌতুকপূৰ্ণ গীতসমূহক যোৰা নাম বুলি কোৱা হয়।নামনি অসমত এই গীতসমূহক খিচা গীত বুলিও কোৱা হয়। আয়তীসকলে যোৰানাম গাই বিয়াঘৰত এটা মোহনীয় পৰিৱেশৰ সৃষ্টি কৰে।অসমীয়া বিয়ানামৰ এটা বিশেষ ভাগ যোৰানামসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ।
-
লণ্ডনৰ গোল্ডাৰ্ছ গ্ৰীণ বিমান দুৰ্ঘটনা
১৯২০ চনৰ ১৪ ডিচেম্বৰত লণ্ডনৰ পৰা পেৰিছলৈ যোৱা নিৰ্ধাৰিত যাত্ৰীবাহী বিমানত দুজন পৰিচাৰক আৰু ছয়জন যাত্ৰীৰ সৈতে হেণ্ডলি পেজ ট্ৰেন্সপ'ৰ্টৰ হেণ্ডলি পেজ O/400 বিমান ক্ৰিকলউড বিমানবন্দৰৰ পৰা উৰা মাৰি উত্তৰ লণ্ডনৰ গোল্ডাৰ্ছ গ্ৰীণত দুৰ্ঘটনাগ্ৰস্ত হয়।
-
লভ্যাংশ
লভ্যাংশ (Dividend ) হৈছে এটা কোম্পানীয়ে তাৰ লাভৰ এক অংশ তাৰ শ্বেয়াৰহোল্ডাৰসকলৰ মাজত বিতৰণ কৰা এক প্ৰক্ৰিয়া। সাধাৰণতে, কোম্পানীয়ে তাৰ ব্যৱসায়ৰ পৰা অৰ্জন কৰা নিট লাভৰ পৰা লভ্যাংশ প্ৰদান কৰে। ইয়াৰ দ্বাৰা শ্বেয়াৰহোল্ডাৰসকলে তেওঁলোকৰ বিনিয়োগৰ ওপৰত এক নিৰ্দিষ্ট পৰিমাণৰ আয় উপভোগ কৰে।
-
লেটিন (পাল)
লেটিন (ফৰাচী লেটিন 'লেটিন'ৰ পৰা), যাক লেটিন-ৰিগ বুলিও কোৱা হয়, মাস্তুলৰ ওপৰত কোণত লগোৱা দীঘলীয়া ইয়াৰ্ডত স্থাপন কৰা ত্ৰিকোণীয় পাল, আৰু আগফাল-পিছ দিশত চলি থাকে। চেট্টিক একেটা সামগ্ৰিক শ্ৰেণীৰ পালৰ এটা সংশ্লিষ্ট প্ৰকাৰ বুলি ধৰিব পাৰি।
-
শাণ্ডিল্য গোত্ৰ
শাণ্ডিল্য এটা গোত্ৰৰ নাম যাৰ নামকৰণ কৰা হৈছে মহামুনি শাণ্ডিল্যৰ নামেৰে, ইয়াৰদ্বাৰা নিৰ্দিষ্ট কৰা হৈছে যে গোত্ৰৰ ব্যক্তিসকলৰ শাণ্ডিল্যক তেওঁলোকৰ অন্যতম পিতৃবংশ পূৰ্বপুৰুষ হিচাপে মানে। শাণ্ডিল্য ঋষি আছিল শাণ্ডিল্য গোত্ৰৰ পূৰ্বপুৰুষ।
-
শ্বাৰ্লক হ'ম্ছ
শ্বাৰ্লক হ’ম্ছ (Sherlock Holmes) এটা কাল্পনিক ডিটেকটিভ চৰিত্ৰ। স্ৰষ্টা আছিল স্কটদেশীয় সাহিত্যিক ছাৰ আৰ্থাৰ কোনান ডয়েল। লণ্ডন নিবাসী শ্বাৰ্লক হোম্ছ প্ৰখ্যাত যুক্তিবাদী বিশ্লেষণত, ছদ্মবেশ ধাৰণত আৰু বিধি-বিজ্ঞানৰ নিয়ম অনুসৰি তদন্ত কৰি জটিল ৰহস্য সমাধানত সিদ্ধহস্ত।
-
শ্বেইখ
শ্বেইখ, ছেইখ, শ্বেখ, শ্বেহ আৰু অন্যান্য ৰূপেৰে জনাজাত, দক্ষিণ এছিয়াৰ বহু মুছলমান জনগোষ্ঠীক দিয়া উপাধি। ই মূলতঃ আৰবী শব্দ বা সন্মানীয় শব্দ যিয়ে সাধাৰণতে কোনো জনগোষ্ঠীৰ মুৰব্বী, ৰাজপৰিয়ালৰ সদস্য, মুছলমান ধৰ্মীয় পণ্ডিত বা “বয়োজ্যেষ্ঠ’’ক বুজায়।
-
শ্ৰীশ্ৰী শ্ৰীৰাম আতা
শ্ৰীৰাম আতা (ইংৰাজী: Shriram Ata) হ'ল মহাপুৰুষীয়া বৈষ্ণৱ গুৰু পৰম্পৰাৰ অন্তৰ্গত চলিহা বাৰেঘৰ সত্ৰৰ তৃতীয়গৰাকী ধৰ্মাচাৰ্য (সত্ৰাধিকাৰ)৷ তেখেত একাধাৰে এগৰাকী সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, সমাজসংগঠক, গীতিকাৰ, সুৰকাৰ, গায়ক, শিল্পী আছিল৷ শ্ৰীৰাম আতা হিচাপে জনাৰ লগতে তেখেতক শ্ৰীৰামদেৱ নামেৰেও জনা…
-
সংক্ৰান্তি
সংক্ৰান্তি এখন ত্ৰিভাষিক (অসমীয়া ভাষা, বঙালী ভাষা আৰু ইংৰাজী ভাষা) গ্ৰন্থ৷ গ্ৰন্থখনৰ সংকলক আৰু সম্পাদক দেৱেন দেৱান৷ আছাম ছচিঅ’-লিটাৰেৰী ক্লাবে (Assam Socio-Literary Club) প্ৰকাশ কৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল জানুৱাৰী ২০১৯ ত৷ গ্ৰন্থখনত অসমীয়া ভাষাৰ ৬৮ টা, বাংলা ভাষাৰ ২৯টা আৰু ইংৰাজী ভাষাত ১৪টা…
-
সংশয় ব্যৱস্থাপনা
সংশয় ব্যৱস্থাপনা (risk management) হৈছে সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ।
-
সহ-সম্বন্ধ (পৰিসংখ্যা)
সহ-সম্বন্ধ (Correlation) বা কোৰিলেচন হৈছে দুটা যাদৃচ্ছিক চলক বা দ্বিচলকীয় তথ্যৰ মাজৰ সম্পৰ্ক। যদিও বহল অৰ্থত "সম্পৰ্ক"ই যিকোনো ধৰণৰ সংযোগক সূচাই, পৰিসংখ্যাত ই সাধাৰণতে দুটা বা তাতোধিক চলকৰ সম্পৰ্কৰ মাত্ৰাক বুজায়।
-
সাংশ্লেষিক ৰবৰ
সংশ্লেষিত ৰবৰ (Synthetic rubber) হৈছে এক কৃত্ৰিম ইলাষ্টোমাৰ। ই হৈছে পেট্ৰ'লিয়াম উপজাত সামগ্ৰীৰ পৰা সংশ্লেষিত একধৰণৰ পলিমাৰ। আমেৰিকাত বছৰি প্ৰায় ৩.২ কোটি মেট্ৰিক টন ৰবৰ উৎপাদন হয় আৰু তাৰ দুই তৃতীয়াংশ সংশ্লেষিত।
-
সাদিন-প্ৰতিদিন গোষ্ঠী
সাদিন-প্ৰতিদিন গোষ্ঠী (ইংৰাজী: Sadin-Pratidin Group) অসমৰ এটা সংবাদ মাধ্যম বিষয়ৰ গোষ্ঠী। ১৯৮৯ চনত সাদিন নামৰ অসমীয়া সাপ্তাহিক কাকত প্ৰকাশৰ জৰিয়তে এই গোষ্ঠীটোৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমান এই গোষ্ঠীটো Pratidin Media Network নামেৰেও পৰিচিত।
-
সিংহ (ৰাশি)
সিংহ ৰাশি পঞ্চম জ্যোতিষচিহ্ন। ই হৈছে সিংহ নক্ষত্ৰমণ্ডলৰ পৰা উদ্ভৱ হোৱা ৰাশি। ই সৌৰবন্ধনীৰ ১২০°-১৫০° ইক্লিপ্টিক দ্ৰাঘিমাংশলৈ বিস্তৃত। গ্ৰীষ্মমণ্ডলীয় ৰাশিৰ অধীনত (পশ্চিমীয়া জ্যোতিষশাস্ত্ৰত সচৰাচৰ ব্যৱহৃত) সূৰ্যই এই চিহ্নত গড়ে ২৩ জুলাইৰ পৰা ২২ আগষ্টলৈ পৰিবহণ কৰে।
-
সুন্দ আৰু উপসুন্দ
সুন্দ আৰু উপসুন্দ হিন্দু মহাকাব্য মহাভাৰতত উল্লেখ থকা দুই অসুৰ ভাতৃ। এওঁলোক নিকুম্ভৰ পুত্ৰ। তেওঁলোক হিৰণ্যকশিপুৰ বংশধৰ।
-
স্কাজ
স্কাজ (ইংৰাজী: Skaz; ৰাছিয়ান: сказ) হ’ল ৰাছিয়ান মৌখিক আখ্যানৰ এটা ৰূপ। এই শব্দটো স্কাজাট (ক’বলৈ) শব্দৰপৰা আহিছে আৰু ই ৰাস্কাজ (চুটি গল্প) তথা স্কাজকা (সাধুকথা) আদি শব্দৰ সৈতে সম্পৰ্কিত। কোনো এক নিৰ্দিষ্ট চৰিত্ৰৰ ব্যক্তিত্ব ফুটাই তুলিবলৈ এই শৈলীত উপভাষা আৰু দোৱান ব্যৱহাৰ কৰা হয়।
-
স্কাৰলেট ৱিচ্ছ
স্কাৰলেট ৱিচ্ছ (ৱাণ্ডা মেক্সিমফ) (Scarlet Witch (Wanda Maximoff)) মাৰ্ভেল কমিক্সে প্ৰকাশ কৰা আমেৰিকাৰ কমিক্সত দেখা পোৱা এটা কাল্পনিক চৰিত্ৰ। লেখক ষ্টেন লী আৰু শিল্পী জেক কাৰ্বিয়ে এই চৰিত্ৰটো সৃষ্টি কৰিছিল। ১৯৬৪ চনৰ মাৰ্চত কমিক বুকছৰ ৰূপালী যুগৰ দ্য এক্স-মেন #৪-ত চৰিত্ৰটোৱে প্ৰথমবাৰলৈ ভূমুকি মাৰে।
-
স্তন কৰ
স্তন কৰ (തലക്കരം, মুলাক্কৰম বা মুল-আকৰম) ট্ৰেভেংকৰ ৰাজ্যত (বৰ্তমানৰ ভাৰতৰ কেৰালা) নিম্ন জাতি আৰু অস্পৃশ্য হিন্দু মহিলাসকলৰ ওপৰত ১৯২৪ চনলৈকে আৰোপিত এক কৰ আছিল। নিম্ন বৰ্ণৰ মহিলাসকলে স্তন বৰ্ধনৰ লগে লগে ৰাজহুৱা স্থানত স্তনযুগল ঢাকি ৰাখিবৰ বাবে চৰকাৰক এই কৰ পৰিশোধ কৰিবলগীয়া হৈছিল।
-
স্বৰভানু
স্বৰভানু (সংস্কৃত: स्वर्भानु) বৈদিক পৌৰাণিক কাহিনীত পৰম্পৰাগতভাৱে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বাবে দায়ী বুলি গণ্য কৰা এক অসুৰ। এই নামটো পৌৰাণিক কাহিনীত ৰাহু আৰু কেতুৰ বৈশিষ্ট্য হিচাপেও ব্যৱহাৰ কৰা হয়, যিসকল সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সৈতেও জড়িত।
-
সৰল যন্ত্ৰ
পদাৰ্থ বিজ্ঞানত এটা সৰল যন্ত্ৰ হৈছে বলৰ দিশ বা পৰিমাণ সলনি কৰা এটা যান্ত্ৰিক ব্যৱস্থা। সাধাৰণতে যান্ত্ৰিক সুবিধা ব্যৱহাৰ কৰি বল বৃদ্ধিৰ ব্যৱস্থাটোক সৰল যন্ত্ৰ বুলি কোৱা হয় এটা সাধাৰণ যন্ত্ৰই এটা বলৰ ক্ৰিয়াৰ জৰিয়তে কাম কৰে।
-
সৰস্বতী বীণা
সৰস্বতী বীণা (ইয়াক Saraswati veena বুলিও লিখা হয়) (సరస్వతి వీణ, ಸರಸ್ವತಿ ವೀಣೆ, சரஸ்வதி வீணை, মালয়ালম: സരസ്വതി വീണ) হৈছে এটা প্ৰাচীন ভাৰতীয় টনা বীণা। ইয়াক হিন্দু দেৱী সৰস্বতীৰ নামেৰে নামকৰণ কৰা হৈছে, যাক সাধাৰণতে এই যন্ত্ৰ ধৰি বা বজাই থকা হিচাপে চিত্ৰিত কৰা হয়।
-
হাফু
হাফু (هف, আধা; Hafu) হৈছে জাপানত জন্মগ্ৰহণ কৰা সেইজন ব্যক্তি যাৰ বংশধৰসকলৰ আধা এছিয়ান আৰু আধা অ-এছিয়ান বা এছিয়ান নহয়। সাধাৰণতে মিশ্ৰিত জাতিৰ পূৰ্বপুৰুষ থকা যিকোনো লোকৰ বৰ্ণনা কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰিব পাৰি।
-
হেঙুলীয়া ৰহণ
বতৰ বিজ্ঞানত হেঙুলীয়া ৰহণ এক আলোকীয় পৰিঘটনা, সাধাৰণতে সূৰ্যাস্তৰ পিছত গধূলিৰ আকাশত বগা বা গোলাপী ৰঙৰ সূৰ্য্যৰ পোহৰৰ বহল আভাক বুজায়, যিটো বেঙুনীয়া ৰঙৰ পোহৰ আৰু উজ্জ্বল অংশৰে গঠিত। ই কেইবাটাও বায়ুমণ্ডলীয় আলোকীয় পৰিঘটনাৰে গঠিত।
-
হোৰি
হোৰি হৈছে ব্ৰজ ভাষা আৰু অৱধী ভাষাত গোৱা লোকগীতৰ এটা ধাৰা, যি পৰম্পৰাগতভাৱে হোলী উৎসৱৰ সময়ত গোৱা হয়, বিশেষকৈ ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত। এই গীতবোৰ হোলী উৎসৱৰ এক অবিচ্ছেদ্য অংশ আৰু উৎসৱৰ পৰিৱেশক উল্লাসময় কৰি তুলিবলৈ যথেষ্ট অৰিহণা যোগায়।
-
১ ফেব্ৰুৱাৰী
১ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।
-
১ মাৰ্চ
১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে। ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন। ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়। ১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
-
১১ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-