জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাৰ্থা হিউজ কেনন
মাৰ্থা মাৰিয়া "মেটি" হিউজেছ কেনন (Martha Maria "Mattie" Hughes Cannon) এগৰাকী ৱেলছ-আমেৰিকান ৰাজনীতিবিদ, চিকিৎসক, উটাহৰ মহিলা অধিকাৰৰ সমৰ্থক, ভোটাধিকাৰী আৰু বহুবিবাহী পত্নী আছিল।
-
মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা তলত দিয়া হৈছে।
-
মিতালি সিং
মিতালি সিং (: Mitali Singh; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মৈমনসিঙত। ১৯৮২ চনত দুই পইচাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিৱেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
মিতালী বাগ
মিতালী বাগ: Mitali Bag; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আৰামবাগ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী। তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য হিচাবে নিৰ্বাচিত হৈছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মিতালী বাগে ৭১২৫৮৭ টা ভোট লাভ কৰি বিজেপিৰ অৰূপ কান্তি দিগাৰক পৰাস্ত কৰে।
-
মিত্ৰা ফাৰাহানী
মিত্ৰা ফাৰাহানী (ফাৰ্চী: میترا فراهانی; জন্ম ১৯৭৫) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰশিল্পী, যিয়ে বৰ্তমান পেৰিছত বসবাস কৰে।
-
মিনতি হাজৰিকা
মিনতি হাজৰিকা (Minati Hazarika) হৈছে এগৰাকী অসমীয়া কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ।
-
মিনাংক ডেকা
মিনাংক ডেকা ( Minangka Deka) অসমৰ এগৰাকী মূকাভিনয় শিল্পী। সংগীত নাটক অকাডেমী বঁটা বিজয়ী মইনুল হকৰ ওচৰত মূকাভিনয়ৰ প্ৰশিক্ষণ লৈ দেশে-বিদেশে মূকাভিনয়েৰে সমাজৰ বিভিন্ন দিশৰ ওপৰত জনসজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে।
-
মিনাক্ষী অৰোৰা
মিনাক্ষী অৰোৰা (Meenakshi Arora) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ত অনুশীলন কৰা জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তিপ্ৰাপ্ত অধিবক্তা৷
-
মিনাক্ষী হুদা
মিনাক্ষী হুদা (ইংৰাজী: Minakshi Hooda; জন্ম: ২ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক আৰু ২০২২ চনৰ এছিয়ান এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰিছিল।
-
মিনিমি
নীলোৎপল লহকৰ (Neelotpal Lahkar; পেছাগতভাৱে মিনিমি বা মিনিমি এন.এল. নামেৰে পৰিচিত) হৈছে ভাৰতৰ এজন ভাৰতীয় ৰেপাৰ, গায়ক তথা অভিনেতা। ১৯৯৫ চনৰ ১১ জুন তাৰিখে তেওঁ নলবাৰীত জন্মগ্ৰহণ কৰিছিল।
-
মিলি নাছোলো
মিলি নাছোলো কিকোমেকো (Milly Nassolo) এগৰাকী উগাণ্ডাৰ সামাজিক উদ্যোগী, কৰ্মী আৰু অধিবক্তা। তেওঁ কাগাডি জিলাত অৱস্থিত এটা অলাভজনক সংস্থা মাইছা হোলিষ্টিক আফ্ৰিকা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক।
-
মীনা মহাজন
মীনা ভাস্কৰ মহাজন হৈছে এগৰাকী ভাৰতীয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী আৰু চেন্নাইস্থিত গণিত বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপিকা। তেওঁ গণনাগত জটিলতা তত্ত্ব ক্ষেত্ৰত আগশাৰীৰ গৱেষক হিচাপে পৰিচিত।
-
মীনা ৰাণা
মীনা ৰাণা (Meena Rana) এগৰাকী ভাৰতীয় উত্তৰাখণ্ডী কণ্ঠশিল্পী। তেওঁ বহুতো গড়ৱলি আৰু কুমাউঁনী সংগীত এলবাম মুকলি কৰিছে।
-
মীনাক্ষী চিত্তৰঞ্জন
মীনাক্ষী চিত্তৰঞ্জন ( Meenakshi Chitharanjan ) ভাৰতীয় শাস্ত্ৰীয় নৃত্যংগনা, শিক্ষিকা আৰু কৰিঅ’গ্ৰাফাৰ, যাক শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ পণ্ডানল্লুৰ শৈলীৰ প্ৰতিষ্ঠাপক হিচাপে পৰিচিত। তেওঁ ভাৰতনাট্যমৰ প্ৰচাৰ আৰু পণ্ডানল্লুৰ পৰম্পৰা ৰক্ষাৰ বাবে প্ৰয়াস কৰা কলাদিক্ষা নামৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক।
-
মীনাক্ষী জৈন
মীনাক্ষী জৈন এগৰাকী ভাৰতীয় ৰাজনীতি বিজ্ঞানী আৰু ইতিহাসবিদ যিয়ে দিল্লীৰ গাৰ্গী কলেজত ইতিহাসৰ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।
-
মীৰা ঠাকুৰ
মীৰা ঠাকুৰ ভাৰতৰ বিহাৰৰ এগৰাকী শিল্পী। তেওঁ চিকি ঘাঁহৰ শিল্পকলাৰ সাধনা কৰে আৰু শিকায় ৷ তেওঁ ইউনেস্কোৰ পৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ মোহৰ আৰু নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে ৷
-
মুক্ত দত্ত তোমৰ
মুক্তা দত্ত তোমৰ (:Mukta Dutta Tomar; জন্ম ৪ জুন ১৯৬১)
-
মুখতিয়াৰ আলী
মুখতিয়াৰ আলী ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰৰ এজন লোকগায়ক ৷ তেওঁ মিৰাচীৰ অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ অন্তৰ্গত, যিসকলে চুফী সংগীতৰ মৌখিক পৰম্পৰাৰ বাবে পৰিচিত। আলীৰ পৰিয়ালৰ বহু প্ৰজন্ম ধৰি চুফী সংগীতৰ লগত জড়িত। ২০১৫ চনত শ্ৰেষ্ঠ সংগীত অভিষেকৰ জিমা বঁটা (GiMA Award for Best Music Debut) লাভ কৰে।
-
মুছাৰাত নাজিৰ
মুছাৰাত নাজিৰ খোৱাজা (ইংৰাজী: Musarrat Nazir Khawaja; জন্ম: ১৩ অক্টোবৰ ১৯৪০) এগৰাকী পাকিস্তানী গায়িকা আৰু চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ বহু কেইখন উৰ্দু আৰু পঞ্জাবী ছবিত অভিনয় কৰিছিল।
-
মুজিব পৰদেশী
মুজিব পৰদেশী বাংলাদেশী এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেত লোকগীত্ৰ সোঁত শিল্পী হিচাপে বিশেষ পৰিচিত। তেওঁৰ প্ৰকৃত নাম মুজিবুৰ ৰহমান মোল্লা।
-
মুথৈয়া ভণিতা
মুথৈয়া ভণিতা (Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে।
-
মুনা থাপা মগৰ
মুনা থাপা মগৰ (নেপালী: मुना थापा मगर) এগৰাকী নেপালী লোক-গায়িকা। তেওঁ নেপালৰ গোৰ্খা জিলাৰ মনকমনা গাঁও উন্নয়ন সমিতিৰ চিলিং লামছাপা গাঁৱত জন্মগ্ৰহণ কৰিছিল।
-
মুনিজাই জাহাংগীৰ
মুনিজাই জাহাংগীৰ এগৰাকী পাকিস্তানৰ টেলিভিছন সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা যিয়ে বৰ্তমান আজ টিভিত সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান স্পটলাইট আয়োজন কৰে।
-
মুনিন্দ্ৰ হাজং
মুনিন্দ্ৰ হাজং (Munindra Hajong) অসমৰ এগৰাকী তথা হাজং জনগোষ্ঠীৰ লোক-সংস্কৃতিবিদ, অভিনেতা, গায়ক। তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰাল কৈ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰতো স্বৰচিত গীত পৰিবেশন কৰি সুখ্যাতি অৰ্জন কৰিছিল।
-
মুমতাজ সৰকাৰ
মুমতাজ সৰকাৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। যাদুকৰ পিচি স’ৰকাৰ জুনিয়ৰ আৰু জয়ছ্ৰী স’ৰকাৰৰ কন্যা। বাংলাদেশৰ গায়িকা মেহৰীনৰ মিউজিক ভিডিঅ’ৰ জৰিয়তে মুমতাজে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত বীৰছা দাসগুপ্তৰ পৰিচালনাত নিৰ্মিত বাংলা ছবি ০৩৩ত অভিনয় কৰিছিল।
-
মুহাম্মদ আল-মাহদী
মহম্মদ ইবনে হাছান আল মাহদী( ইংৰাজী: Muhammad ibn al-Mahdi ) শ্বিয়াসকলে বিশ্বাস কৰে যে তেওঁ ১২তম ইমাম আৰু অন্তকালীন মাহদীৰ ভিতৰত শেষজন। যিজনে সময়ৰ শেষত শান্তি আৰু ন্যায় প্ৰতিষ্ঠা কৰিবলৈ আৰু ইছলামক মুক্তি দিবলৈ আত্মপ্ৰকাশ কৰিব।
-
মেঘনা সিং
মেঘনা সিং (জন্ম ১৮ জুন ১৯৯৪) হৈছে এখন ভাৰতীয় মহিলা ক্ৰিকেটাৰ, যিয়ে ৰে'ইলৱেৰ হৈ খেল কৰে। আগষ্ট ২০২১-ত, তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত মহিলা ক্ৰিকেট দলত স্থান লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধৰ শৃংখলাত, য'ত তেওঁ টেষ্ট দলতো স্থান লাভ কৰে।
-
মেডিচন বেইলী
মেডিচন লিলি বেইলী (ইংৰাজী: Madison Lilly Bailey; জন্ম: ২৯ জানুৱাৰী, ১৯৯৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ টিন ড্ৰামা ধাৰাবাহিক আউটাৰ বেংকছত (২০২০–বৰ্তমান) কৰা অভিনয়ৰ বাবে পৰিচিত।
-
মেৰিয়ন হাৰ্ভি বাৰ্নাৰ্ড
মেৰিয়ন হাৰ্ভি বাৰ্নাৰ্ড (Marion Harvie Barnard, ৮ ছেপ্টেম্বৰ, ১৮৭২ – ৫ মাৰ্চ, ১৯৬৯) এগৰাকী ভোটাধিকাৰী আছিল। তেওঁ ইণ্ডিয়ানাৰ মহিলা ফ্ৰেঞ্চাইজি লীগৰ সদস্য আৰু ইণ্ডিয়ানা ইকুৱেল ভোটাধিকাৰ সংস্থাৰ কোষাধ্যক্ষ আছিল।
-
মেৰী একপেৰে-এটা
মেৰী একপেৰে-এটা (Mary Ekpere-Eta) নাইজেৰিয়াৰ এগৰাকী বেৰিষ্টাৰ আৰু কৰ্মী। আবুজাৰ নেচনেল চেণ্টাৰ ফৰ ৱমেন ডেভেলপমেণ্টৰ (এনচিডব্লিউডি) তেওঁ সঞ্চালক প্ৰধান।