মিতালী বাগ: Mitali Bag; এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু আৰামবাগ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী।১২ তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য হিচাবে নিৰ্বাচিত হৈছে।৩৪৫
২০২৪ চনৰ লোকসভা নিৰ্বাচনত মিতালী বাগে ৭১২৫৮৭ টা ভোট লাভ কৰি বিজেপিৰ অৰূপ কান্তি দিগাৰক পৰাস্ত কৰে। ৬৭৫
লগতে চাওক
- flag ভাৰত পৰ্টেল
- icon ৰাজনীতি পৰ্টেল
- ১৮ সংখ্যক লোকসভা
- সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
- আৰামবাঘ লোকসভা সমষ্টি
তথ্যসূত্ৰ
- ↑ Election Commission of India. results.eci.gov.in. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Bag Mitali, All India Trinamool Congress Representative for Arambagh (SC), West Bengal. Times of India
- ↑ Arambagh constituency Lok Sabha Election Results 2024. Bru Times News
- ↑ General Election to Parliamentary Constituencies: Trends & Results June-2024. results.eci.gov.in
- ↑ India Today. (13 July 2024). Ex-local body heads · High jumpers
- ↑ Arambagh constituency Lok Sabha Election Results 2024. Bru Times News
- ↑ General Election to Parliamentary Constituencies: Trends & Results June-2024. results.eci.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালী বাগ” প্ৰবন্ধৰ সংশোধন ৬৩৫৫১৬ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।