অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুক্ত দত্ত তোমৰ

মুক্তা দত্ত তোমৰ (:Mukta Dutta Tomar; জন্ম ৪ জুন ১৯৬১)

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মুক্তা দত্ত তোমৰ (:Mukta Dutta Tomar; জন্ম ৪ জুন ১৯৬১) ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰৰ অন্তৰ্গত এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় চৰকাৰী কৰ্মচাৰী। তেওঁ ২০১৭ চনৰ পৰা ২০২১ চনলৈকে জাৰ্মানীত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩৪

ব্যক্তিগত জীৱন

মুক্তা দত্ত টোমাৰে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনৰ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অশোক টোমাৰৰ সৈতে তেওঁৰ বিবাহ হৈছিল।

কৰ্ম জীৱন

টোমাৰে ১৯৮৪ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে।তেখেতে মাদ্ৰিদ, কাঠমাণ্ডু, [[পেৰিছ আৰু ইয়াংগনত ভাৰতীয় মিছনত সেৱা আগবঢ়াইছে। নিউয়ৰ্ক মহানগৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনত কাৰ্যনিৰ্বাহ কৰি আহিছে।৫ বাংলাদেশত ভাৰতৰ উপ-উচ্চায়ুক্ত আছিল।৬ ২০১০ চনৰ আগষ্টৰ পৰা ২০১৩ চনৰ জুলাইলৈকে চিকাগোত ভাৰতৰ কনছুল জেনেৰেল৭ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৮

মুক্তা দত্ত টোমাৰে নতুন দিল্লীত আমেৰিকা বিভাগৰ দৰে বিভিন্ন বিভাগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় হিচাপে আৰু অতিৰিক্ত সচিব (প্ৰশাসন) হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।৯ তেখেতে কনছুলাৰ, পাছপ'ৰ্ট আৰু ভিছা বিভাগৰ মুৰব্বী হিচাবে নিযুক্তি পোৱাৰ ১০ লগতে বিনিয়োগ, প্ৰযুক্তি প্ৰসাৰ আৰু অৰ্থনৈতিক বিভাগৰ মুৰব্বী হিচাপেও কাম কৰি আহিছে।

তথ্যসূত্ৰ

  1. ↑ (11 June 2018). Indian Food Festival in Berlin draws huge crowd. The New Indian Express. UNI
  2. ↑ (19 June 2018). Ein Hauch von Bollywood im Königin-Luise-Gymnasium
  3. ↑ (7 April 2017). Mukta Tomar appointed next ambassador to Germany
  4. ↑ Profile - Embassy of India,Berlin - Germany. www.indianembassy.de
  5. ↑ Archived copy. www.un.org
  6. ↑ Welcome to High Commission of India, Bangladesh
  7. ↑ Archived copy. indiatribune.com
  8. ↑ List of Consuls General Posted at Chicago:: Consulate General of India, Chicago. indianconsulate.com
  9. ↑ https://www.mea.gov.in/Images/attach/MEAOrganogram_14_07_2016_1.pdf
  10. ↑ http://www.mea.gov.in/Images/pdf/1MEAOrganogram25September2014.pdf

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্ত দত্ত তোমৰ” প্ৰবন্ধৰ সংশোধন ৬২৯০৪৮ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।