অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীনা ৰাণা

মীনা ৰাণা (Meena Rana) এগৰাকী ভাৰতীয় উত্তৰাখণ্ডী কণ্ঠশিল্পী। তেওঁ বহুতো গড়ৱলি আৰু কুমাউঁনী সংগীত এলবাম মুকলি কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মীনা ৰাণা (Meena Rana) এগৰাকী ভাৰতীয় উত্তৰাখণ্ডী কণ্ঠশিল্পী। তেওঁ বহুতো গড়ৱলি আৰু কুমাউঁনী সংগীত এলবাম মুকলি কৰিছে।১

এলবামসমূহ

উত্তৰাখণ্ডী এলবামসমূহ

  • চান্দ তাৰো মা
  • মাৰী খাতী মিত্তী
  • দৰৱাৰ নিৰলা সাই কা

উত্তৰাখণ্ডী গড়ৱলি এলবামসমূহ

  • তেৰী মেৰী মায়া
  • মেৰু উত্তৰাখণ্ড
  • সিলবিলৰত
  • মোহানা
  • চন্দ্ৰ
  • ললিতা সী হম

বঁটা আৰু মনোনয়ন

  • ইয়ং উত্তৰাখণ্ড চিনে এৱাৰ্ড
চনধৰণগীতৰ এলবামফলাফল
২০১০শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীপল্যা গাঁৱ কা মোহনা (মোহনা)২
২০১১শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীহিট অ’ বীনা (তু মেৰী নসিব)৩
২০১১শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীআও বউলাও য় পাহাৰা (দীন জৱানি সাৰ)৪
২০১২শ্ৰেষ্ঠ গীতিকাৰ (Best Lyrist)হম উত্তৰাখণ্ডী সা (চন্দ্ৰ)৫
২০১২শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীহম উত্তৰাখণ্ড সা (চন্দ্ৰ)৬
২০১৩শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীআই যা ৰে দাগাদ্যা (নেগী কী সেলী)৭

তথ্যসূত্ৰ

  1. ↑ Music in Uttaranchal - Garhwali and Kumaoni Uttarakhand Pahari Music. Euttaranchal.com
  2. ↑ Young Uttarakhand Cine Award 2010. yucineawards.com
  3. ↑ Young Uttarakhand Cine Award 2011. yucineawards.com
  4. ↑ Young Uttarakhand Cine Award 2011. yucineawards.com
  5. ↑ Young Uttarakhand Cine Award 2012. yucineawards.com
  6. ↑ Young Uttarakhand Cine Award 2012. yucineawards.com
  7. ↑ Young Uttarakhand Cine Award 2013. yucineawards.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা ৰাণা” প্ৰবন্ধৰ সংশোধন ৩৮২৬৫৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।