অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিতালি সিং

মিতালি সিং (: Mitali Singh; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মৈমনসিঙত। ১৯৮২ চনত দুই পইচাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিৱেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মিতালি সিং (: Mitali Singh; জন্ম মুখাৰ্জী ) এগৰাকী ভাৰতীয়-বাংলাদেশী শাস্ত্ৰীয় আৰু প্লেবেক গায়িকা, তেওঁৰ ঘৰ বাংলাদেশৰ মৈমনসিঙত। ১৯৮২ চনত দুই পইচাৰ আলতা নামৰ ছবিৰ বাবে আই দুনিয়া এখোন তো আৰ গীতটি পৰিৱেশন কৰাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬২ চনত মাইমেনছিংত পিতৃ অমূল্য কুমাৰ মুখাৰ্জী আৰু মাতৃ কল্যাণী মুখাৰ্জীৰ ঘৰত মিতালিৰ জন্মগ্ৰহণ হৈছিল।৩ পি.টি. মিথুন দেৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেওঁ বৰোদা মহাৰাজ সয়াজিৰাও বিশ্ববিদ্যালয়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।১

কৰ্ম জীৱন

মুখাৰ্জীৰ প্ৰথম এলবাম "সাহিল" মুকলি কৰিছিল এইচ এম ভি য়ে। তেওঁ গীতিকাৰ গুলজাৰৰ সৈতে সহযোগিতা কৰি তেওঁৰ "চান্দ পৰোছা হায়" এলবামটো উলিয়াইছিল।১ তেওঁ পাঞ্জাবী, গুজৰাটী আৰু তামিলকে ধৰি কেইবাটাও ভাষাত গীত গাইছে।১

মুখাৰ্জীয়ে টেলিভিছন শ্ব' ছা ৰে গা মা পা আৰু শ্বেৰা কনথোৰ বিচাৰক হিচাপে কাম কৰিছিল।২

তামিল গান

ইল্লয়াৰাজৰ চলচ্চিত্ৰ “থালাপতি “ ৰপৰা যমুনাই আট্ৰিলে

পাঞ্জাবী গান

এলবাম: ৱহ বুৰা মান গয়ে গীত: সাজন মুঝছে ৰুথে

ব্যক্তিগত জীৱন

১৯৮৩ চনৰপৰা গজল গায়ক ভূপিন্দৰ সিঙৰ সৈতে মুখাৰ্জীৰ বিবাহ হৈছিল।১ তেওঁৰ বাসস্থান মুম্বাইত।১ তেওঁৰ ভাই-ভনীৰ ভিতৰত প্ৰদীপ মুখাৰ্জী আৰু দীপক মুখাৰ্জী (মৃত্যু ১৯৮৮) অন্যতম।১.১

বঁটা

চিটি বেংকৰদ্বাৰা "গান-ই গান-ই গুণিজন শ্বোংবৰ্ধোনা" (২০১৫)৪

তথ্যসূত্ৰ

  1. ↑ Zahangir Alom. (30 October 2015). Whenever I visit Bangladesh, I don't feel like leaving - Mitali Mukherjee. The Daily Star
  2. ↑ Joana Nomrata Mazumder. (2018-10-27). The Flamboyant Songbird Speaks. The Daily Star
  3. ↑ Syeda Shamin Mortada. (24 April 2009). Out of sight at times, but never out of mind. The Daily Star
  4. ↑ Zahangir Alom. (12 Oct 2015). Citi Bank honours Mitali Mukherjee. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশী হিন্দুবাংলাদেশৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিতালি সিং” প্ৰবন্ধৰ সংশোধন ৫৭৪৭৩৮ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।