জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সুন্দৰী কে শ্ৰীধৰণী
সুন্দৰী কে শ্ৰীধৰণী ( Sundari K. Shridharani; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।
-
সুন্দৰী নন্দা
সুন্দৰী, শাক্যৰ ৰাজকুমাৰী, যাৰ সম্পূৰ্ণ নাম সুন্দৰী নন্দা। তেওঁ ৰজা শুদ্ধোধন আৰু ৰাণী মহাপাজাপতি গৌতমীৰ কন্যা আছিল। তেওঁ সিদ্ধাৰ্থ গৌতমৰ, যি পিছলৈ বুদ্ধ হৈছিল, সতীয়া ভগ্নী আছিল। সতীয়া ভায়েকৰ জ্ঞান লাভৰ পিছত সুন্দৰীয়ে সন্যাস গ্ৰহণ কৰি ভিক্ষুণী হৈ পৰিছিল।
-
সুন্দৰৱতী নৱাল প্ৰভাকৰ
সুন্দৰৱতী নৱাল প্ৰভাকৰ (১৯২২–২০১০) দিল্লীৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। অষ্টম লোকসভাত তেওঁ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল।
-
সুপ্ৰিয়া গণেশ
সুপ্ৰিয়া গণেশ (ইংৰাজী: Supriya Ganesh; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এইচবিঅ’ মেক্সৰ মেডিকেল ড্ৰামা টেলিভিছন শৃংখলা দ্য পিট (২০২৫–বৰ্তমান)-ত ডা° সমীৰা মোহনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সুপ্ৰিয়া চুলে
সুপ্ৰিয়া সদানন্দ চুলে (Supriya Sadanand Sule; জন্ম-৩০ জুন ১৯৬৯) জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০৯ চনৰ পৰা বাৰামতীক প্ৰতিনিধিত্ব কৰা সাংসদ৷ তেওঁ লোকসভাৰ সদস্য৷ ২০১৪ চনত তেওঁ লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰে৷ ২০২৩ চনৰ পৰা তেওঁ কংগ্ৰেছ…
-
সুপৰ্ণা বাকসী গাংগুলী
সুপৰ্ণা বাকসী গাংগুলী: Suparna Baksi Ganguly এগৰাকী ভাৰতীয় কৰ্মী যি জীৱ-জন্তু আৰু বিশেষকৈ বন্দী কৰি ৰখা হাতীৰ ব্যৱহাৰৰ প্ৰতি চিন্তিত। ২০১৬ চনত ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল।
-
সুবি সুৰেশ
সুবি সুৰেশ (Subi Suresh) (২৩ আগষ্ট ১৯৮১ – ২২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী, দূৰদৰ্শনৰ ঘোষিকা, হাস্যৰসাত্মক শিল্পী আৰু মঞ্চ-অনুষ্ঠানৰ পৰিৱেশিকা আছিল।
-
সুব্বাৰমন বিজয়লক্ষ্মী
সুব্বাৰমন বিজয়লক্ষ্মী ( Subbaraman Vijayalakshmi); জন্ম: ২৫ মাৰ্চ ১৯৭৯) এগৰাকী ভাৰতীয় দবা খেলুৱৈ যিয়ে আন্তৰ্জাতিক মাষ্টাৰ (IM) আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) ৰ FIDE খিতাপ দখল কৰে, তেওঁৰ দেশৰ এই খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ।
-
সুব্ৰত জ্যোতি নেওগ
সুব্ৰত জ্যোতি নেওগ (জন্ম-১৯৮৪) এগৰাকী চলচ্চিত্ৰ সমালোচক, নাট্য সমালোচক,, নাট্যকাৰ, চিত্ৰনাট্যকাৰ, এগৰাকী সুবক্তা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক৷
-
সুবৰ্ণা মুস্তাফা
সুবৰ্ণা মুস্তাফা (ইংৰাজী: Suborna Mustafa; জন্ম: ২ ডিচেম্বৰ ১৯৫৯) তেওঁ ২০১৯ চনৰপৰা ২০২৪ চনলৈকে সংৰক্ষিত মহিলা আসন–৪ৰপৰা প্ৰতিনিধিত্ব কৰা এজন প্ৰাক্তন জাতীয় সংসদ সদস্য। তেওঁ বাংলাদেশ আৱামী লীগ দলৰ এগৰাকী সক্ৰিয় সদস্য।
-
সুভদ্ৰা দেৱী
সুভদ্ৰা দেৱী (Subhadra Devi ) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ পেপাৰমেকিং শিল্পৰ সৈতে জড়িত। বিহাৰৰ দৰভংগাৰ মানিগাছিতত থকা পৈতৃক ঘৰত পৰিয়ালৰ ডাঙৰবোৰক পেপাৰমেকিঙৰ কাম কৰা দেখি সুভদ্ৰাই এই কাম কৰিবলৈ শিকে আৰু সময়ত এই কলাৰ এগৰাকী প্ৰখ্যাত শিল্পী হৈ উঠে।
-
সুভদ্ৰা সেনগুপ্ত
সুভদ্ৰা সেন গুপ্তা (Subhadra Sen Gupta; জুন ১৯৫২ – ৩ মে’ ২০২১) এগৰাকী ভাৰতীয় লেখক। তেওঁ সাহিত্য অকাডেমিৰ ২০১৫ চনৰ শিশু সাহিত্য পুৰস্কাৰ বিজয়ী আৰু ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰণেতা। তেওঁৰ মিষ্ট্ৰি অৱ দ্য হাউচ অৱ পিজেনচ্ গ্ৰন্থখন খোজ খাজানা খোঝাৰ নামেৰে দূৰদৰ্শনৰ বাবে এখন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।
-
সুমণি ঝোদিয়া
সুমণি ঝোদিয়া: Sumani Jhodia; ওড়িশাৰ ৰায়গাডা জিলাৰ পৰা অহা এগৰাকী ভাৰতীয় জনজাতীয় কৰ্মী যি জনজাতীয় অঞ্চলত সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান চলোৱা, সৰু সৰু বনজ উৎপাদনৰ ওপৰত জনজাতীয় অধিকাৰৰ পোষকতা কৰা আৰু ঔদ্যোগিক প্ৰকল্পৰ বাবে জনজাতীয় ভূমি ব্যক্তিগত কোম্পানীক লিজত দিয়া চৰকাৰী নীতিৰ বিৰোধিতা কৰাৰ…
-
সুমন ৰাও
সুমন ৰতন সিং ৰাও (: Suman Ratan Singh Rao; জন্ম ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ দখলকৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
সুমনা সিনহা
সুমনা সিনহা (ইংৰাজী: Shumona Sinha; জন্ম: ২৭ জুন ১৯৭৩) এগৰাকী ভাৰতীয় মূলৰ ফৰাচী লেখিকা। তেওঁৰ জন্ম ভাৰতৰ পশ্চিমবঙ্গৰ কলকাতাত হৈছিল আৰু বৰ্তমান তেওঁ ফ্ৰান্সত বাস কৰে।
-
সুমনা ৰয়
সুমনা ৰয় এগৰাকী ভাৰতীয় লেখিকা আৰু কবি। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে হাউ আই বিকম এ ট্ৰি (২০১৭), অকল্পনীয় ৰচনা; মিছিং (২০১৯), এখন উপন্যাস; আউট অৱ চিলেবাছ (২০১৯), কবিতা সংকলন; আৰু মোৰ মাৰ প্ৰেমিক আৰু অন্যান্য গল্প (২০১৯) নামৰ এখন চুটিগল্প সংকলন।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
সুমাইয়া মাতসুশিমা
ছুমায়া মাটছুছিমা (: Sumaya Matsushimaজন্ম ১৫ ফেব্ৰুৱাৰী ২০০১ চন); বাংলাদেশৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ফ্ৰীষ্টাইল খেলুৱৈ হিচাপেও তেওঁক গণ্য কৰা হয়। ২০০১ চনৰ ১৫ ফেব্ৰুৱাৰীত জাপানত জন্মগ্ৰহণ কৰে।
-
সুমিতা ঘোষ
সুমিতা ঘোষ (Sumita Ghose) এগৰাকী ভাৰতীয় উদ্যোগী মহিলা। তেওঁ ৰংসূত্ৰ কালেক্টিভ আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবেই ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ বঁটা লাভ কৰিছিল ৷ শ শ শিল্পীৰ সহস্ৰজন ৰংসূত্ৰ আৰু কোম্পানীটোৰ জৰিয়তে তেওঁলোকে আইকিয়াৰ দৰে বিশ্বব্যাপী গ্ৰাহকক এই ব্যৱধান দূৰ কৰি নিজৰ সামগ্ৰী…
-
সুমিতা প্ৰভাকৰ
সুমিতা প্ৰভাকৰ (Sumita Prabhakar) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি আৰু ছ’চিয়েল মেডিকো কৰ্মী। ভাৰতৰ বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে কুইন এলিজাবেথ হাস্পতাল মালয়েছিয়াত অনুশীলন কৰে।
-
সুমিত্ৰা গুহ
বিদুষী সুমিত্ৰা গুহ (জন্ম:সুমিত্ৰা ৰাজু; Vidushi Sumitra Guha ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী, কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতত থকা তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে ২০১০ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০২০ চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰে।
-
সুমিত্ৰা নায়ক
সুমিত্ৰা নায়ক (জন্ম: ৮ মাৰ্চ ২০০০) ওড়িশাৰ যাজপুৰৰ এগৰাকী মহিলা ৰাগবী খেলুৱৈ। তেওঁ ভাৰতৰ হৈ কেইবাটাও পদক জয় কৰিছে আৰু ২০১৯ চনৰ এছিয়ান উইমেন চেম্পিয়নশ্বিপত ছিংগাপুৰৰ বিৰুদ্ধে এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত পেনাল্টি কিক মাৰি দেশক ব্ৰঞ্জৰ পদক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
সুমিত্ৰা বাল্মিক
সুমিত্ৰা বাল্মিক (Sumitra Balmic; জন্ম: ১ জুলাই ১৯৫৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ,ৰাজ্যসভাৰ সদস্য। তেওঁ ভাৰতীয় জনতা পাৰ্টি, মধ্যপ্ৰদেশ ইউনিটৰ উপ-সভানেত্ৰী।
-
সুমুখী সুৰেশ
সুমুখী সুৰেশ (Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক। হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।
-
সুলভা
সুলভা (Sulabha) মিথিলা ৰাজ্যত বাস কৰা এগৰাকী বিদুষী আছিল॥ তেওঁ ব্ৰহ্মবাদিনীৰ নামেৰে জনাজাত বৈদিক বিদুষী আছিল। ঋগবেদত তেওঁৰ ওপৰত আৰোপ কৰা এখন সংহিতাক সৌলভ সংহিতা বুলি কোৱা হৈছিল, যিখন পিছলৈ লুপ্ত গৈছিল। সুলভা আছিল এগৰাকী বিদ্বান মহিলা যি ভিক্ষুক গোটৰ অন্তৰ্গত আছিল।
-
সুলোচনা গাডগিল
সুলোচনা গাডগিল (Sulochana Gadgil) এগৰাকী ভাৰতীয় বতৰ বিজ্ঞানী যিগৰাকীয়ে ভাৰতৰ বাংগালুৰুস্থিত বায়ুমণ্ডল আৰু মহাসাগৰীয় বিজ্ঞান কেন্দ্ৰৰ (CAOS) অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।
-
সুলোচনা চৱান
সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।
-
সুলোচনা ডংগ্ৰে
সুলোচনা ডংগ্ৰে (সুলোচনাবাই ডংগ্ৰে বুলিও কোৱা হয়) এগৰাকী ভাৰতীয় সমাজকৰ্মী, দলিত নাৰীবাদী আৰু জন্ম নিয়ন্ত্ৰণ আন্দোলনৰ অগ্ৰগামী সমৰ্থক আছিল। তেওঁ ১৯৩০–৪০ দশকত বিশেষকৈ দলিত মহিলাসকলৰ অধিকাৰ, শিক্ষা আৰু প্ৰজনন অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।
-
সুলোচনা মানন্ধৰ ধিতাল
সুলোচনা মানন্ধৰ ধিতাল (নেপালী: सुलोचना मानन्धर धिताल; জন্ম: ১২ মাৰ্চ ১৯৫৫, পেচাগতভাৱে সুলোচনা নামেৰে জনাজাত) এগৰাকী নেপালী কবি, লেখিকা আৰু ৰাজনৈতিক সমাজকৰ্তা। তেওঁ নেপালী, নেৱাৰী আৰু চীনা ভাষাত কবিতা লিখে। তেওঁ নেপাল একাডেমীৰ মাতৃভাষা সাহিত্য বিভাগৰ স্থাপনকাৰী অধ্যক্ষা আছিল।
-
সুশীল কৌৰ
চৰ্দাৰনী বিবি সুশীল কৌৰক মাতা সুশীল কৌৰ বুলিও কোৱা হয়৷ জন্ম তাৰিখ অজ্ঞাত৷ তেওঁৰ মৃত্যু হয় ১৭১৬ চনত৷ তেওঁ প্ৰথম শিখ ৰাজ্য প্ৰতিষ্ঠা কৰা শিখ সেনা জেনেৰেল বান্দা সিং বাহাদুৰৰ পত্নী আৰু তেওঁ একমাত্ৰ পুত্ৰ অজয় সিঙৰ মাতৃ। সুশীল কৌৰ চাম্বাৰ মহাৰাজা উদয় সিংহৰ একমাত্ৰ কন্যা আছিল।