ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হাজাৰ চুৰাশিৰ মা (উপন্যাস)
হাজাৰ চুৰাশিৰ মা (Hajar Churashir Maa) হ'ল ৰমন মেগছেছে বঁটা বিজয়ী লেখিকা মহাশ্বেতা দেৱীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস। এই উপন্যাসখন ১৯৭৪ চনত প্ৰকাশ পাইছিল। এই উপন্যাসখন ১৯৭০ চনত ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নক্সালবাদী আন্দোলনৰ প্ৰেক্ষাপটত ৰচনা কৰা হৈছিল।
-
হাৰমনিয়াকোচৰ ইলিয়াড
হাৰমনিয়াকোচৰ ইলিয়াড হৈছে চতুৰ্দশ শতিকাৰ কনষ্টাণ্টিাইন হাৰমনিয়াকোচৰ দ্বাৰা ৰচিত ইলিয়াডৰ এক বাইজেণ্টাইন ব্যাখ্যা। এই কবিতাটো এপাইৰাছৰ শাসকৰ নিৰ্দেশত লিখা হৈছিল, যিয়ে হাৰমনিয়াকোচক গ্ৰীক কথিত ভাষাত এই মহাকাব্যখনৰ এক নতুন সংস্কৰণ লিখিবলৈ অনুৰোধ কৰিছিল।
-
হিন্দু-ধৰ্ম কি?
হিন্দু-ধৰ্ম কি? (Hindu-Dharma Ki?) কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে।
-
হৃদয়বিহীন হৰিণা
হৃদয়বিহীন হৰিণা (ইংৰাজী: The Deer without a Heart; দ্য ডিয়াৰ উইদাউট এ হাৰ্ট) হৈছে এক প্ৰাচীন নীতিশিক্ষা মূলক কাহিনী বা ফেবুল, যি ইউৰোপত ঈছপৰ সাধু হিচাপে পৰিচিত আৰু পেৰী ইণ্ডেক্সত ৩৩৬ নম্বৰত তালিকাভুক্ত।
-
হৃদয়ৰ মানচিত্ৰ
হৃদয়ৰ মানচিত্ৰ (Hridayar Manchitra) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন মূলতঃ গল্প সংকলন। এই সংকলনখনৰ ২০১২ চনৰ জানুৱাৰী মাহত নতুন সংস্কৰণ প্ৰকাশ কৰে অসম পাব্লিচিং কোম্পানীয়ে।
-
হেইডি
হেইডি (Heidi) দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা (Heidi's years of learning and travel, Heidis Lehr- und Wanderjahre) আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে (Heidi makes use of what she has learned, Heidi kann brauchen,…
-
হেমকোষৰ ব্ৰেইল সংস্কৰণ
হেমকোষৰ ব্ৰেইল সংস্কৰণ (Braille version of Hemkosh) দৃষ্টিহীনসকলৰ বাবে ব্ৰেইল লিপিৰে প্ৰকাশ কৰি উলিওৱা এখন অসমীয়া অভিধান। ১৯১৯ চনত অসমীয়া ভাষাত এখন পূৰ্ণাংগ অভিধান প্ৰকাশ হৈছিল, নাম আছিল হেমকোষ। হেমকোষৰ প্ৰণেতা আছিল হেমচন্দ্ৰ বৰুৱা।
-
হোম গাৰ্লছ
হোম গাৰ্লছ: এ ব্লেক ফেমিনিষ্ট এন্থলজি (১৯৮৩) হৈছে বাৰ্বাৰা স্মিথে সম্পাদনা কৰা ব্লেক লেচবিয়ান আৰু ব্লেক ফেমিনিষ্ট ৰচনাৰ সংকলন। এই সংকলনটোত নাৰীবাদী মতাদৰ্শৰ ৩২ গৰাকী কৃষ্ণাংগ মহিলাৰ বিভিন্ন বিৱৰণ সন্নিবিষ্ট কৰা হৈছে যিসকল বিভিন্ন ক্ষেত্ৰ, সংস্কৃতি আৰু শ্ৰেণীৰ পৰা আহিছে।
-
ৰচনা কবিতা
ৰচনা কবিতা ( Essay Poetry) (ইণ্ডোনেছিয়ান: Puisi Esai)ত দুবিধ চিন্তাধাৰাৰ সংমিশ্ৰণ ঘটিছে, যথা কবিতা আৰু ৰচনা। ৰচনা কবিতাৰ নীতিটো প্ৰথমবাৰৰ বাবে ডেনি জানুয়াৰ আলীয়ে প্ৰস্তাৱ আৰু আৰম্ভ কৰিছিল আৰু ২০১২ চনত "ইন দ্য নেইম অৱ লাভ্" শীৰ্ষক এখন গ্ৰন্থৰ জৰিয়তে তেখেতে সৃষ্টিশীলভাৱে প্ৰকাশ…
-
ৰশ্মিৰথী
ৰশ্মিৰথী (Rashmirathi) (অৰ্থাৎ 'পোহৰৰ ৰথৰ আৰোহী'; 'ৰশ্মি' মানে পোহৰৰ ৰশ্মি আৰু 'ৰথী' মানে ৰথ চলোৱা জন) হৈছে ১৯৫২ চনত কবি ৰামধাৰী সিং দিনকৰৰ দ্বাৰা ৰচিত এটা হিন্দী মহাকাব্যিক কবিতা। এই কবিতাটোত হিন্দু মহাকাব্য মহাভাৰতৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ কৰ্ণৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা
ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা (Rohosyomoi Bikhad Aaru Jontrona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ২০০৯ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।২০১৪ চনৰ মাৰ্চত ইয়াৰ তৃতীয় সংস্কৰণ প্ৰকাশ পায়।
-
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ
ৰাজকুমাৰী হিমাল আৰু নাগ ৰাজকুমাৰ হৈছে এগৰাকী মানৱ ৰাজকুমাৰী আৰু নাগ (সাপৰ ৰাজকুমাৰ) ৰাজকুমাৰৰ মাজৰ প্ৰেমৰ বিষয়ে এক অতি জনপ্ৰিয় কাশ্মীৰৰ লোককাহিনী। কাহিনীটো অঞ্চলটোত সুপৰিচিত আৰু ইয়াত বহুতো উপস্থাপন আছে।
-
ৰাজনৈতিক কবিতা
ৰাজনৈতিক কবিতাই (Political Poetry) ৰাজনীতি আৰু কবিতাক একত্ৰিত কৰে। ডেভিদ অৰৰ "দ্য পলিটিক্স অৱ পয়েট্ৰি"ৰ মতে, কবিতা আৰু ৰাজনীতি প্ৰকাশ আৰু অনুভূতিৰ জৰিয়তে সংযোগ ঘটায়, যদিও দুয়োটাই ব্যাখ্যাযোগ্য বিষয়। ৰাজনৈতিক কবিতাই মানুহৰ অনুভূতিৰ লগত সংযোগ ঘটায়, আৰু ৰাজনীতিয়ে সাম্প্ৰতিক ঘটনাৰ লগত সংযোগ কৰে।
-
ৰাজপথে ৰিঙিয়ায় (উপন্যাস)
ৰাজপথে ৰিঙিয়ায় হৈছে অসমৰ সাহিত্যক, কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, সমালোচক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক উপন্যাস। ১৯৫৫ চনত উপন্যাসখনৰ প্ৰথম সংস্কৰণটো প্ৰকাশ পাইছিল।
-
ৰাণী পেটেল ইন ফুল এ'ফেক্ট
ৰাণী পেটেল ইন ফুল এ'ফেক্ট (Rani Patel in Full Effect) হৈছে ২০১৬ চনৰ ১১ অক্টোবৰত চিনকো পুণ্টছ প্ৰেছৰ দ্বাৰা প্ৰকাশিত ছোনিয়া পেটেলৰ এখন যুৱ প্ৰাপ্তবয়স্ক, ঐতিহাসিক কল্পকাহিনী উপন্যাস।
-
ৰে'জ অৱ এঞ্জেল্ছ
ৰে'জ অৱ এঞ্জেল্ছ ১৯৮০ চনত প্ৰকাশিত ছিডনী শ্বেলডনৰ এক উপন্যাস। এই উপন্যাসখনত জেনিফাৰ পাৰ্কাৰ নামৰ এগৰাকী মহিলা আইনবিদৰ কাহিনী আছে যিয়ে এক ভুল বুজাবুজিৰ পৰিণতিত জীৱনৰ সকলো আশা-সপোন হেৰুৱাই পেলায়।
-
ৰেৱতী (চুটিগল্প)
ৰেবতী (ওড়িয়া: ରେବତୀ) হ'ল ওড়িয়া সাহিত্যিক ফকীৰ মোহন সেনাপতিৰ দ্বাৰা ৰচিত আৰু ১৮৯৮ চনত প্ৰকাশিত চুটিগল্প। সেই বছৰৰে অক্টোবৰ মাহত উৎকল সাহিত্য পত্ৰিকাৰ দ্বিতীয় বৰ্ষ দশম (কাৰ্ত্তিক ১৩০৬) সংখ্যাত প্ৰথম প্ৰকাশিত হৈছিল। ফকীৰ মোহনে এই পত্ৰিকাত শ্ৰী ধুৰ্জটি ছদ্ম নামেৰে এহি গল্পটো লিখিছিল।
-
ৰোহিনী চৌধুৰী
ৰোহিনী চৌধুৰী (জন্ম ১৯৬৩) এগৰাকী ভাৰতীয় শিশু সাহিত্যিক আৰু সাহিত্য অনুবাদক। শিশুৰ বাবে তেওঁৰ প্ৰকাশিত লেখা হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে ৰচনা কৰা হৈছে, আৰু ইয়াত অনুবাদ, উপন্যাস, চুটিগল্প, আৰু অ-কল্পকাহিনী আদি অন্তৰ্ভুক্ত কৰা হৈছে।
-
ৱমেন হেটিং
ৱমেন হেটিং: এ ৰেডিকেল লুক এট চেক্সুৱেলিটি (ইংৰাজী: Woman Hating: A Radical Look at Sexuality) হৈছে আমেৰিকান উগ্ৰ নাৰীবাদী লেখিকা তথা সক্ৰিয় কৰ্মী এনড্ৰিয়া ডুৱৰ্কিনৰ প্ৰথমখন অ-কল্পকাহিনীমূলক গ্ৰন্থ। এইখন ১৯৭৪ চনত পোনপ্ৰথমে ই. পি. ডাটনৰদ্বাৰা প্ৰকাশিত হৈছিল।
-
ৱান থাউজেণ্ড ডলাৰ
ৱান থাউজেণ্ড ডলাৰ (এহেজাৰ ডলাৰ) হ'ল আমেৰিকান লিখক অ’ হেনৰীৰ এটা চুটিগল্প, য’ত সাধাৰণ অপ্ৰত্যাশিত উপসংহাৰ দেখা পোৱা যায়। ১৯০৮ চনত এই চুটিগল্পটো দ্য ভইচ অৱ দ্য চিটি সংকলনত প্ৰকাশ কৰা হৈছিল। ১৯১৮ চনত এই চুটিগল্পৰ আধাৰত পাঁচ ৰিলৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।
-
ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড
ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড (স্পেনিছ: Cien años de soledad, অসমীয়া অৰ্থ: নিঃসংগতাৰ এশ বছৰ) হৈছে কলম্বিয়াৰ লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ ১৯৬৭ চনৰ এখন উপন্যাস।
-
ৱান্স এ মাউছ
ৱান্স এ মাউছ হ'ল ১৯৬১ চনত প্ৰকাশিত মাৰ্চিয়া ব্ৰাউনৰ এখন শিশু ছবিৰ কিতাপ। স্ক্ৰিবনাৰ প্ৰেছে মুকলি কৰা এইখন ১৯৬২ চনত চিত্ৰকল্পৰ বাবে কেলডেকট পদক লাভ কৰে, দ্বিতীয়বাৰৰ বাবে ব্ৰাউনে সেই সন্মান লাভ কৰে।
-
ৱিণ্ডমিলছ অৱ দ্য গডছ
ৱিণ্ডমিলছ অৱ দ্য গডছ হ’ল ১৯৮৭ চনত আমেৰিকান ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক ৰহস্যধৰ্মী উপন্যাস।
-
সংস্কৃত ভাষা
সংস্কৃত (সংস্কৃত: संस्कृतम्, সঠিক নাম: संस्कृता वाक्,, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा, "পৰিমাৰ্জিত ভাষা") হ’ল এটি ঐতিহাসিক ভাৰত-ইউৰোপীয় ভাষা আৰু হিন্দু আৰু বৌদ্ধ ধৰ্মৰ পবিত্ৰ দেৱভাষা।।
-
তেলুগু ভাষা
তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা।
-
মালয়ালম ভাষা
মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত। এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা।
-
মাৰাঠী ভাষা
মাৰাঠী (মাৰাঠীত: मराठी (মৰাঠী)) এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ বাহিৰতো প্ৰায় ৩০ লাখ মানুহে এই ভাষাত কথা পাতে। ভাষাভাষী সংখ্যাৰ বিচাৰত ভাৰতৰ ভাষাবিলাকৰ ভিতৰত মাৰাঠী চতুৰ্থ।
-
ইণ্ডিয়া টুডে
ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষাৰ বাতৰি আলোচনী। ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ। ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।
-
নেপালী ভাষা
নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।
-
আৰবী ভাষা
আৰবী ভাষা (العَرَبِيَّة, আল্-ʿআৰবিয়্যাহ্ বা ʻআৰবিয়্য্) ছেমিটীয় ভাষা পৰিয়ালৰ জীৱন্ত সদস্যসমূহৰ মাজত বৃহত্তম ভাষা। এইটো এটা কেন্দ্ৰীয় ছেমিটীয় ভাষা আৰু হিব্ৰু আৰু আৰামীয় ভাষাৰ সৈতে এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে।