অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ইণ্ডিয়া টুডে

ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষাৰ বাতৰি আলোচনী। ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ। ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।

হালনাগাদ: ১৬ জুন ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষা ভাষাৰ বাতৰি আলোচনী।১ ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ।২ ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।৩

ইতিহাস

ইণ্ডিয়া টুডে প্ৰতিষ্ঠা কৰিছিল ১৯৭৫ চনত বিদ্যা বিলাস পুৰীয়ে, যিয়ে থম্পছন প্ৰেছৰ মালিক আছিল। প্ৰথম সম্পাদক আছিল তেওঁৰ কন্যা মধু ট্ৰেহান, আৰু প্ৰকাশক আছিল তেওঁৰ পুত্ৰ অৰুণ পুৰী।৪

বৰ্তমানে ইণ্ডিয়া টুডে হিন্দী ভাষা, তামিল ভাষা, তেলুগু ভাষা আৰু মালয়ালম ভাষা ভাষাতো প্ৰকাশিত হয়। ইণ্ডিয়া টুডে নিউজ চেনেলটো ২০১৫ চনৰ ২২ মে’ত আৰম্ভ কৰা হয়।৫

২০১৭ চনৰ অক্টোবৰ মাহত, অৰুণ পুৰীয়ে ইণ্ডিয়া টুডে গোটৰ নিয়ন্ত্ৰণ তেওঁৰ কন্যা কেলি পুৰীৰ হাতত অৰ্পণ কৰে।৬

২০২৪ চনৰ ২৫ মাৰ্চত, গালফ নিউজে ঘোষণা কৰে যে তেওঁলোকে ইণ্ডিয়া টুডে আলোচনী মধ্যপ্ৰাচ্যত বিতৰণ কৰিব, যাতে সংযুক্ত আৰৱ আমিৰাত-ত বসবাস কৰা ভাৰতীয়সকলৰ মাজত আলোচনীৰ প্ৰচাৰ অধিক বিস্তাৰ লাভ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ About India Today. India Today
  2. ↑ IRS Q1 2019: India Today most-read magazine in India
  3. ↑ (22 September 2014). India Today launches opinion platform DailyO
  4. ↑ (11 December 2015). India Today at 40: The Story of India's Most Influential Magazine. India Today
  5. ↑ (18 May 2015). Headlines Today to be renamed as India Today TV
  6. ↑ (1 October 2017). India Today Group's Next Generation Takes Over
  7. ↑ Gulf News partners with India Today for magazine distribution in UAE

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী আলোচনীহিন্দী আলোচনীভাৰতত প্ৰকাশিত আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়া টুডে” প্ৰবন্ধৰ সংশোধন ৬১২৫৩৬ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।