সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইন্টিষ্টছ
ইউৰোপিয়ান প্লেটফৰ্ম অৱ উইমেন চাইণ্টিষ্টছ (ইংৰাজী: European Platform of Women Scientists; চমুকৈ EPWS) হৈছে এক ছত্ৰছায়া সংগঠন যিয়ে ইউৰোপৰ ২৭খন দেশ আৰু ইউৰোপীয় ইউনিয়নৰ গৱেষণা তথা প্ৰযুক্তিগত উন্নয়নৰ ফ্ৰেমৱৰ্ক প্ৰগ্ৰেমৰ সৈতে জড়িত দেশসমূহৰ সকলো শাখাৰ গৱেষণাত লিংগ সমতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ…
-
ইকুৱেডৰৰ নাৰী
ইকুৱেডৰৰ নাৰীসকলে (Women in Ecuador) সাধাৰণতে শিশু আৰু পৰিয়ালৰ লালন-পালন আৰু যত্নত জড়িত হয়৷ এই কাৰ্যত পৰম্পৰাগতভাৱে পুৰুষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাই।
-
ইঞ্জিপুলি
ইঞ্জিপুলি (ইংৰাজী: Injipuli; মালয়ালম: ഇഞ്ചിപുളി), বা পুলি ইঞ্জি বা ইঞ্জি কাৰী, দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত মিঠা, টেঙা আৰু জ্বলা সোৱাদযুক্ত আচাৰ বা চাটনিজাতীয় খাদ্য। ই ঘাইকৈ আদা, তেতেলী, কেঁচা জলকীয়া আৰু গুড়েৰে প্ৰস্তুত কৰা হয়।
-
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড (It's a Girl: The Three Deadliest Words in the World; অসমীয়া অনুবাদ: এইজনী এজনী ছোৱালী: পৃথিৱীৰ আটাইতকৈ ঘাটক তিনিটা শব্দ) হৈছে ২০১২ চনৰ এখন তথ্যচিত্ৰ; য’ত কন্যা শিশু হত্যা প্ৰথাৰ বিষয়ে অন্বেষণ কৰা হৈছে।
-
ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দি আৰ্টছ
ইণ্ডিয়া ফাউণ্ডেশ্যন ফৰ দি আৰ্টছ (India Foundation for the Arts) চমুকৈ 'আইএফএ' (IFA) হ’ল এটা স্বতন্ত্ৰ, অলাভজনক সংস্থা যিয়ে ভাৰতত কলা আৰু সাংস্কৃতিক প্ৰকল্পসমূহক পুঁজি যোগান আৰু ৰূপায়ণৰ জৰিয়তে সহায় কৰে।
-
ইণ্ডিয়ান টি এচ'ছিয়েছন
ভাৰতীয় চাহ সন্থা (আই টি এ) ভাৰতীয় চাহ উৎপাদকসকলৰ এক বাণিজ্যিক সংস্থা। মুখ্য কাৰ্যালয় কলিকতা (কলকাতা)ত।
-
ইণ্ডিয়ান নাৰ্ছ এছোছিয়েচন
ইণ্ডিয়ান নাৰ্ছ এছ’চিয়েচন চমুকৈ আই এন এ ভাৰতৰ নাৰ্ছসকলৰ বাবে এক পঞ্জীয়নভুক্ত পেছাদাৰী সংস্থা আৰু ট্ৰেড ইউনিয়ন।
-
ইদিয়াপ্পাম
ইদিয়াপ্পাম ( Idiyappam), যাক ইণ্ডিয়াপ্পা, নুলাপ্পাম, নুলপুট্টু, সন্থাগাই বা অট্টু শ্বেভিগে বুলিও কোৱা হয়, দক্ষিণ ভাৰতৰ পৰা উৎপত্তি হোৱা এটা ষ্ট্ৰিং হপাৰ খাদ্য। ই চাউলৰ গুৰিৰ পৰা তৈয়াৰী নুডলছৰ দৰেই। সাধাৰণতে ভাপত দি ভাজি লোৱা হয়। দক্ষিণ-পূব এছিয়াতো এই খাদ্য জনপ্ৰিয়।
-
ইনষ্টিটিউট ফ্ৰান্সেছ এন ইণ্ডে
ইনষ্টিটিউট ফ্ৰান্সেছ এন ইণ্ডে (আই.এফ.আই, ভাৰতত ফৰাচী প্ৰতিষ্ঠান বুলিও জনা যায়) হৈছে ভাৰতত ফৰাচী সাংস্কৃতিক, শৈক্ষিক আৰু বৈজ্ঞানিক কূটনীতি ৰূপায়ণৰ বাবে দায়বদ্ধ ফ্ৰান্সৰ দূতাবাসৰ এক গুৰুত্বপূৰ্ণ সেৱা সংস্থা।
-
ইন্দিৰা গান্ধী দিল্লী মহিলা কাৰিকৰী বিশ্ববিদ্যালয়
ইন্দিৰা গান্ধী দিল্লী মহিলা কাৰিকৰী বিশ্ববিদ্যালয় (Indira Gandhi Delhi Technical University for Women) (আই.জি.ডি.টি.ইউ.) হ'ল দিল্লীৰ কাশ্মীৰী গেটৰ ঐতিহ্য শিৱিৰত অৱস্থিত ভাৰতৰ দিল্লীত অৱস্থিত এখন সৰ্বজনীন মহিলা বিশ্ববিদ্যালয়।
-
ইভাঞ্জেলিন এণ্ডাৰছন-ৰাজকুমাৰ
ইভানজেলিন এণ্ডাৰছন-ৰাজকুমাৰ (Evangeline Anderson-Rajkumar) এগৰাকী নাৰীবাদী কৰ্মী আৰু বিশ্বজনীন ধৰ্মতত্ত্ববিদ যিয়ে চেৰামপুৰৰ চেৰামপুৰ কলেজত (১৯৯০-১৯৯৪) ইউনাইটেড থিয়লজিকেল কলেজ, বাংগালুৰুত (১৯৯৯-২০১৪) অধ্যাপনা কৰিছিল।
-
ইলকাল শাড়ী
ইলকাল শাড়ী ( Ilkal sari) হৈছে শাড়ীৰ পৰম্পৰাগত ৰূপ যিটো ভাৰতত সাধাৰণ নাৰীসুলভ পৰিধান। ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ বাগালকোট জিলাৰ ইলকাল চহৰৰ পৰাই ইলকাল শাড়ীৰ নাম লোৱা হৈছে। ইলকাল শাৰী শৰীৰত কপাহী ৱাৰ্প আৰু সীমাৰ বাবে আৰ্ট চিল্ক ৱাৰ্প আৰু পল্লু অংশৰ বাবে আৰ্ট চিল্ক ৱাৰ্প ব্যৱহাৰ কৰি বোৱা হয়।
-
ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Eastern Senior Secondary School) নাৰায়ণপুৰত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ২০১৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৪০জন শিক্ষক-শিক্ষয়িত্ৰী আৰু পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া ভাষা।
-
ইৰানৰ নাৰী
ইৰানৰ নাৰীসকলে বিভিন্ন ভূমিকা পালন কৰি সমাজ, অৰ্থনীতি, সংস্কৃতিৰ বিভিন্ন দিশত অৰিহণা যোগাইছে। যুগ যুগ ধৰি ইৰাণৰ পৰম্পৰাগত লিংগ নীতিয়ে মহিলাসকলক মূলতঃ ঘৰুৱা ক্ষেত্ৰতে আৱদ্ধ কৰি ৰাখিছিল, ঘৰখন পৰিচালনা আৰু সন্তানক ডাঙৰ-দীঘল কৰাৰ আশাৰে।
-
উঝণ্টি
উঝণ্টি ভৰিৰ আঙুলিত পিন্ধা ধাতু আৰু অধাতুৰে নিৰ্মিত আঙঠি। দুয়োখন ভৰিৰ দ্বিতীয় ভৰিৰ আঙুলিটোৱেই হ’ল য’ত ইয়াক বেছিকৈ পিন্ধা হয়। কাৰণ আনকেইটাতকৈ ই পোন আৰু আটাইতকৈ দীঘল ভৰিৰ আঙুলি আৰু এইদৰে আঙঠি পিন্ধিবলৈ আৰু আন কোনো বস্তুৰ লগত সংযোগ নোহোৱাকৈ থাকিবলৈ আটাইতকৈ সহজ আঙুলি।
-
উডুপি (খাদ্য)
উডুপি খাদ্য (উদিপি বুলিও জনা যায়) দক্ষিণ ভাৰতত প্ৰচলিত খাদ্য। ই দক্ষিণ ভাৰতৰ টুলুসকলৰ তুলুভা খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঠিত আৰু কৰ্ণাটক ৰাজ্যৰ তুলুনাদ অঞ্চলৰ ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ এখন চহৰ উডুপিৰপৰাই ইয়াৰ নাম লোৱা হৈছে। উডুপি ৰন্ধনশৈলীৰ বেছিভাগ খাদ্যই কঠোৰভাৱে নিৰামিষ।
-
উত্তপম
উত্তপম (: Uttapam বা উত্তাপম, উত্তাপম ইত্যাদি) দক্ষিণ ভাৰতৰ পৰা অহা এক প্ৰকাৰৰ ড’চা। সাধাৰণ ড’চা আৰু উত্তাপম একে নহয়। সাধাৰণ ড’চা ক্ৰিস্প আৰু ক্ৰেপৰ দৰে পাতল হয়, তুলনাত উত্তপম বেছি ডাঠ আৰু ওপৰৰ পৰা বিভিন্ন উপকৰণেৰে ঢকা থাকে।
-
উত্তৰ চাইপ্ৰাছৰ নাৰী
উত্তৰ চাইপ্ৰাছৰ মহিলাসকল (Women in Northern Cyprus) আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নোপোৱা উত্তৰ চাইপ্ৰাছৰ তুৰ্কী গণৰাজ্যৰ বাসিন্দা, য'ত তেওঁলোকে বিজ্ঞান, আইন আৰু ন্যায়ৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।কিন্তু কেইবাটাও কাৰকে ৰাজনীতিত মহিলাৰ অংশগ্ৰহণত বাধাৰ সৃষ্টি কৰিছে আৰু গণৰাজ্যৰ বিধানসভাৰ মাত্ৰ ৮%হে…
-
উত্তৰ নাৰীবাদ
উত্তৰ-নাৰীবাদ (Postfeminism)(বিকল্পভাৱে উত্তৰ-নাৰীবাদ বুলিও অনুবাদ কৰা হয়) হৈছে গণমাধ্যমসমূহে ১৯৯০ চনৰ পৰা নাৰীবাদৰ সমৰ্থন হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন কৰিবলৈ জনপ্ৰিয় কৰা এটা শব্দ। নাৰীবাদ, জনপ্ৰিয় সংস্কৃতি আৰু নাৰীত্বৰ মাজত পৰিৱৰ্তিত সম্পৰ্ক বুজিবলৈ ইয়াক এক জটিল বিকল্প বুলি ধৰিব পাৰি।
-
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মী
উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডে'মী (PANE) হৈছে ভাৰতৰ এটি আঞ্চলিক বৈজ্ঞানিক একাডে'মী। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহত পদাৰ্থ বিজ্ঞানৰ শিক্ষা, গৱেষণা আৰু সহযোগিতাৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যেৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত ১৯৯৮ চনৰ ৬ এপ্ৰিল তাৰিখে এই সংস্থাটোৰ সূচনা কৰা হৈছিল।
-
উন্ধিয়ু
উন্ধিয়ু (Undhiyu) হৈছে গুজৰাটৰ চুৰতৰ এবিধ আঞ্চলিক বৈশিষ্টসম্পন্ন খাদ্য। মিশ্ৰিত শাক-পাচলিৰে তৈয়াৰ কৰা এই খাদ্যবিধ সাধাৰণতে শীতকালত খোৱা হয়। উন্ধিয়ু নামটো গুজৰাটী শব্দ "উন্ধু"ৰ পৰা আহিছে, যাৰ অসমীয়া অৰ্থ হ'ল ওভতা।
-
উৰুগুৱেৰ নাৰী
উৰুগুৱেৰ নাৰীসকল (Women in Uruguay) হ’ল উৰুগুৱেত জন্মগ্ৰহণ কৰা, বাস কৰা আৰু উৰুগুৱেৰ পৰা অহা মহিলা। উৰুগুৱেৰ আইন অনুসৰি উৰুগুৱেৰ মহিলাসকলৰ ক্ষমতা, কৰ্তৃত্ব আৰু বিশেষাধিকাৰৰ সমান অধিকাৰ আছে।" কিন্তু বাস্তৱত মহিলাসকলে এতিয়াও "উচ্চ অৰ্থনৈতিক, পেছাদাৰী, ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় পদবী" দখল কৰা নাই।
-
ঋতু সিং
ঋতু সিং (জন্ম ১৯৮৯ চনৰ আশে-পাশে) এগৰাকী ভাৰতীয় দলিত অধিকাৰ মহিলা কৰ্মী। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলত ৰাম মহাবিদ্যালয়ৰ সৈতে জড়িত আছিল। তেওঁ আছিল মনোবিজ্ঞানৰ পণ্ডিত আৰু অন্যায়ভাৱে তেওঁক চাকৰিৰপৰা বৰ্খাস্ত কৰাৰ কৰা প্ৰতিবাদৰ বাবে উল্লেখযোগ্য।
-
এংগোলাৰ নাৰী
১৯৮০ চনৰ শেষৰফালে এংগোলাৰ সমাজত নাৰীৰ ভূমিকা সম্পৰ্কে গৱেষণা প্ৰায় নাছিল যদিও কেইখনমান সাধাৰণ ছবি আঁকিব পৰা যায়। আফ্ৰিকাৰ বহু অৰ্থনীতিৰ দৰেই এংগোলাৰ গ্ৰাম্য অঞ্চলতো অধিকাংশ জনসাধাৰণে কৃষি কৰ্মত লিপ্ত হৈছিল। কৃষি শ্ৰমৰ বহুখিনি মহিলাৰ দ্বাৰাই কৰা কৰিছিল।
-
একি আৰু ছল্টফিছ
একি আৰু ছল্টফিছ (ইংৰাজী: Ackee and saltfish) হৈছে জামাইকাৰ ৰাষ্ট্ৰীয় খাদ্য যিটো ভজা একি ফল আৰু লুণ্ঠিত কড মাছৰ সৈতে প্ৰস্তুত কৰা হয়।
-
এছ বি দেওৰা মহাবিদ্যালয়
এছ বি দেওৰা মহাবিদ্যালয় (S B Deorah college ) ভাৰত ৰ ৰাজ্য, অসম ৰ গুৱাহাটী মহাবিদ্যালয়খন ১৯৮৪ চনৰ ৯ ছেপ্টেম্বৰত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয় ৰ অন্তৰ্ভুক্ত। মহানগৰৰ জি এছ ৰোড, উলুবাৰীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।
-
এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন
এছ'চিয়েচন ফৰ ম'ৰেল এণ্ড ছ'চিয়েল হাইজিন (ইংৰাজী: Association for Moral and Social Hygiene; চমুকৈ AMSH) ১৯১৫ চনত ব্ৰিটিছ কন্টিনেণ্টেল এণ্ড জেনেৰেল ফেডাৰেচন ফৰ এবলিচন অৱ গভৰ্ণমেণ্ট ৰেগুলেচন অৱ প্ৰষ্টিটিউচন আৰু লেডিজ নেচনেল এছ'চিয়েচনৰ একত্ৰীকৰণৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
এছিয়াত নাৰী মুক্তি আন্দোলন
এছিয়াত নাৰী মুক্তি আন্দোলন (Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
এছিয়াৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহ
মুঠ ৪8খন দেশৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ এক তুলনামূলক অধ্যয়ন বিভিন্ন সংস্থাই প্ৰতি বছৰে কৰি আহিছে। এই তালিকা চায়ে শিক্ষাৰ্থীসকলে নিজৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰে। তাৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত হয় টাইমছ হাইয়াৰ এডুকেচন চমুকৈ THE এ চলোৱা সমীক্ষা আৰু তালিকাখন।
-
এডুকেট গাৰ্লছ
এডুকেট গাৰ্লছ (Educate Girls ) হৈছে ভাৰতৰ এটা অলাভজনক সংস্থা, ২০০৭ চনত প্ৰতিষ্ঠা, ছফীনা হুছেইনৰ দ্বাৰা প্ৰতিষ্ঠা, যিয়ে ভাৰতৰ গ্ৰাম্য আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত জনগোষ্ঠীক সংগঠিত কৰি ছোৱালীৰ শিক্ষাৰ দিশত কাম কৰে। বৰ্তমান এই সংস্থা ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ১৩,০০০ৰো অধিক গাঁৱত কাম কৰি আছে।