কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বাঁহৰ বন্দুক
বাঁহৰ বন্দুক হৈছে পৰম্পৰাগত খেলৰ সামগ্ৰী। ই হৈছে বাঁহৰ নলাকাৰ টুকুৰা আৰু চিৰিঞ্জ প্লাঞ্জাৰ হিচাপে কাম কৰা পিষ্টনেৰে তৈয়াৰী পপ গান। বাঁহৰ চুঙা এটাৰ মূৰত শুকান কাগজৰ দৰে কঠিন সৰু "গুলী" এটা সুমুৱাই দিয়া হয় আৰু আনটো মূৰত পিষ্টনটো দ্ৰুতগতিত ভিতৰলৈ ঠেলি দিয়া হয়।
-
বাঁহৰ হাবিত থকা সাতজন ঋষি
বাঁহৰ হাবিত থকা সাতজন ঋষি(Seven Sages of the Bamboo Grove, খ্ৰীষ্টীয় তৃতীয় শতিকা) আছিল প্ৰাচীন চীনৰ তিনিখন ৰাজ্যৰ যুগ (Three Kingdoms period)-ৰ শেষৰ ফালে আৰু জিন বংশৰ আৰম্ভণিত (খ্ৰীষ্টীয় তৃতীয় শতিকা) সমবেত হৈছিল।
-
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য বাংলাদেশী সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈ আহিছে। বাংলাদেশ এসময়ত দক্ষিণ এছিয়াত বিশেষকৈ গুপ্তৰ পিছৰ আৰু মধ্যযুগীয় যুগত শিলৰ ভাস্কৰ্যক প্ৰভাবিত কৰা এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।
-
বাংলাদেশৰ শিল্পকলা
বাংলাদেশৰ শিল্পকলা (বাংলাদেশেব় শিল্পকলা) হ'ল বৰ্তমান বাংলাদেশত চৰ্চা হোৱা দৃশ্য কলাৰ এক ৰূপ। বাংলাদেশী শিল্পৰ এক বহুবছৰীয়া ইতিহাস আছে, যি ইতিহাস দুহাজাৰ বছৰতকৈও অধিক পুৰণি আৰু আজিও চলি আছে। ইয়াৰ যাত্ৰা আৰম্ভ হৈছিল সনাতন হিন্দু সভ্যতাৰপৰা।
-
বাংলাদেশৰ স্থাপত্য
বাংলাদেশৰ স্থাপত্য বংগ অঞ্চল আৰু বিশাল ভাৰত উপমহাদেশৰ স্থাপত্যৰ সৈতে জড়িত। বাংলাদেশৰ স্থাপত্যৰ ইতিহাস বহু পুৰণি আৰু ই বাংলাদেশৰ সংস্কৃতি, ধৰ্ম আৰু ইতিহাসত শিপাই আছে। শতিকাজুৰি ইয়াৰ বিকাশ ঘটিছে আৰু সামাজিক, ধৰ্মীয় আৰু বিদেশী সম্প্ৰদায়ৰপৰা প্ৰভাৱ সামৰি থিয় হৈ আছে।
-
বাইখো পূজা
বাইখো পূজা অসমৰ ৰাভা জনগোষ্ঠীয়ে পালন কৰা কৃষিভিত্তিক উৎসৱ। সাধাৰণতে ইংৰাজীৰ এপ্ৰিল-মে’ আৰু অসমীয়া জেঠ মাহত ৰাভাসকলে শস্যৰ আশা আৰু বৰষুণৰ কামনাৰ লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰি এই উৎসৱ পালন কৰে। ঠাইভেদে বাইখো দুদিনৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত হয়।
-
বাকিচিম্বা নৃত্য
বাকিচিম্বা নৃত্য (বাকিচিম্বা) যাক নেকাছা বা মুৱোগোলা বুলিও কোৱা হয়, মধ্য উগাণ্ডাৰ বুগাণ্ডা ৰাজ্যৰ বাগাণ্ডা জনগোষ্ঠীৰ পৰা উৎপত্তি হোৱা এটা পৰম্পৰাগত নৃত্যৰ ধৰণ। বুগাণ্ডা ৰাজ্যৰ এজন মদ্যপান কৰা ৰজা শ্বুনাৰৰ শাৰীৰিক গতিবিধিৰ পৰাই ইয়াৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়।
-
বাগুৱা
বাগুৱা (চীনা ভাষা: 八卦) হ'ল কিছুমান বিপৰীতমুখী চীনা প্ৰতীকৰ সমষ্টি যি বাস্তৱিকতাৰ প্ৰকৃতি দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। বাগুৱা তিনিডাল আচ মিলি গঠিত হয়। তাৰে কিছমান আচ ভগা আৰু কিছুমান নভগা থাকে যি য়িন আৰু য়াংক বুজাই।প্ৰতিডাল আচে দুটা অৱস্থাৰ সম্ভাৱনা দেখুৱাই যি মুঠ ২×২×২=৮ টা ট্ৰাইগ্ৰাম বুজাই যাৰ…
-
বাঘ-মূৰ জোতা
বাঘ-মূৰ জোতা (Tiger head shoes) হৈছে শিশুৰ বাবে ব্যৱহৃত পৰম্পৰাগত চীনা লোকহস্তশিল্পৰ এক নিদৰ্শন। ইয়াৰ নাম জোতাযোৰৰ আগফালৰ অংশটো বাঘৰ মূৰৰ দৰে দেখাৰ বাবে হৈছে। উত্তৰ চীনত ইয়াক মেকুৰী-মূৰ জোতা বুলিও কোৱা হয়। চীনা সংস্কৃতিত বাঘক শুভ আৰু মংগলদায়ক প্ৰাণী হিচাপে গণ্য কৰা হয়।
-
বাচ্চা নাগমা
বাচ্চা নাগমা কাশ্মীৰ উপত্যকাৰ এক অন্যতম লোকনৃত্য। কাশ্মীৰৰ কোনো কোনো ঠাইত ইয়াক বাচ্চা গ্যাভুন বুলিও কোৱা হয়। এই নৃত্যৰ উৎপত্তি কাবুলৰ আফগানসকল বুলি কোৱা হৈছে। ই হাফিজা নাঘমাৰ ব্যুৎপত্তি।
-
বাচ্চু বেৰ
বাচ্চু-বেৰ এবিধ তৰোৱালৰে পৰিবেশন কৰা পৰম্পৰাগত লোকনৃত্য। এই নৃত্য ব্ৰায়ানচন চহৰৰ পণ্ট-ডি-চাৰ্ভিয়াৰ জিলাত (হাউটছ-আলপছ, ফ্ৰান্স) অনুষ্ঠিত হয়। ইয়াৰ উৎপত্তি বহু শতিকাৰ আগৰ ( প্ৰথম ১৭৩০ চনত লিখিত নিশ্চিতকৰণ তথ্য পোৱা গৈছে)।
-
বাজাৰ (১৯৮২ চনৰ ছবি)
বজাৰ হ'ল১৯৮২ চনত নিৰ্মিত সাগৰ সাৰহাদীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবি৷ উপসাগৰীয় অঞ্চলৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে এগৰাকী কণমানি ছোৱালীক ধনী প্ৰবাসী ভাৰতীয়ক বিক্ৰী কৰাৰ ট্ৰেজেডীৰ মাজেৰে ভাৰতৰ হায়দৰাবাদত পৰিৱেশিত ছবিখনে ভাৰতত কইনা ক্ৰয়ৰ বিষয়টোক উজ্জ্বল কৰি তুলিছে।
-
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল
বাটুৰিন ফোৰ্ট্ৰেচ চিট্যাডেল ( Baturyn Fortress Citadel) বা বাটুৰিন দুৰ্গৰ দুৰ্গ হৈছে বাটুৰিন অঞ্চলত অৱস্থিত এটা স্থাপত্য আৰু স্মৃতিসৌধ। ই ৰাষ্ট্ৰীয় ঐতিহাসিক আৰু সাংস্কৃতিক সংৰক্ষিত বনাঞ্চল "হেটমেনৰ ৰাজধানী"ৰ ভিতৰত সংগ্ৰহালয় হিচাপে কাম কৰে।
-
বাতাক উপাখ্যান
বাতাক উপাখ্যান হৈছে ইণ্ডোনেছিয়াৰ উত্তৰ ছুমাত্ৰাৰ বাতাক জনগোষ্ঠীৰ আদি বিশ্বাস, যিটো খ্ৰীষ্টান ধৰ্ম (প্ৰটেষ্টাণ্ট বা কেথলিক) বা ইছলাম ধৰ্ম আহিবৰ আগতে গ্ৰহণ কৰা হৈছিল।
-
বানপ্ৰস্থম
বানপ্ৰস্থম: দ্য লাষ্ট ডান্স (ফৰাচী: Vanaprastham: La Dernière Danse) হৈছে শাজী এন. কৰুণ পৰিচালিত ১৯৯৯ চনৰ এখন মালয়ালম ভাষাৰ মনস্তাত্ত্বিক কালপৰ্বভিত্তিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ফৰাচী সাহিত্যিক পিয়েৰ আসুলিনৰ প্ৰযোজনাত ভাৰত-ফ্ৰান্সৰ এক যৌথ প্ৰযোজনা হিচাপে নিৰ্মাণ কৰা হৈছিল।
-
বাবু পূজা
বাবু পূজা (Babu Puja) অসমৰ তিনিচুকীয়া জিলাৰ ছৈখোৱাস্থিত শ্ৰী শ্ৰী কেঁচাখাইটী শালত প্ৰতিবছৰে অনুষ্ঠিত হয়। শালৰ এই বিশেষ পূজা আঘোণ মাহৰ এক বিশেষ দেওবাৰে অনুষ্ঠিত হয়।
-
বাম্বোলা
বাম্বোলা (ইংৰাজী: Bamboula) হৈছে পশ্চিম আফ্ৰিকাৰ পৰা উদ্ভৱ হোৱা এক বিশেষ তাল, নৃত্য আৰু আনৱদ্ধ বাদ্যযন্ত্ৰ বা এক প্ৰকাৰৰ ঢোল যিটো এটা ৰামৰ পিপাৰ এটা মূৰত ছাল টানি তৈয়াৰ কৰা হয়। ই এই ঢোলৰ সংগীতৰ সৈতে পৰিৱেশন কৰা এক নৃত্যকো বুজায়।
-
বাল নাগাম্মা
বাল নাগাম্মা ( Bala Nagamma) ১৯৪২ চনj চি পুল্লাই পৰিচালfl আৰু এছ এছ ভাছান প্ৰযোজিত এখন তেলেগু ভাষাৰ ছবি। বাল নাগম্মা কাহিনীটো এটা জনপ্ৰিয় বুৰ্ৰা কথাৰ পৰা লোৱা হৈছে।
-
বালি আৰ্টছ ফেষ্টিভেল
বালি আৰ্টছ ফেষ্টিভেল Bali Arts Festival (ইণ্ডোনেছিয়ান: পেষ্টা কেচেনিয়ান বালি; বালিনী: ᬧᬾᬲ᭄ᬢᬓᬾᬲᬾᬦᬶᬬᬦ᭄ᬩᬮᬶ) বা পিকেবি(PKB) হৈছে ইণ্ডোনেছিয়াৰ বালিত প্ৰতি বছৰে আয়োজিত হৈ অহা বাৰ্ষিক কলা উৎসৱ, যি উৎসৱে বালিন শিল্প আৰু সংস্কৃতিক উদযাপন, সংৰক্ষণ আৰু বিকাশত অৰিহনা যোগাই আহিছে।
-
বালিকা বধূ ২
বালিকা বধূ ২ (ইংৰাজী: Balika Vadhu 2; অনুবাদ: বালিকা কইনা ২) এখন ভাৰতীয় নাট্যধৰ্মী টেলিভিছন ধাৰাবাহিক, যিখন ২০২১ চনৰ ৯ আগষ্টৰপৰা ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীলৈ কালাৰ্ছ টিভিত আৰু ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীৰপৰা ২৯ মাৰ্চলৈ ভুটত সম্প্ৰচাৰিত হৈছিল।
-
বাস্কিং
বাস্কিং বা পথৰ ওপৰত কলা পৰিৱেশন হৈছে দান-বৰঙণিৰ বাবে ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা কাৰ্য্য। বহু দেশত বৰঙণি সাধাৰণতে ধনৰ ৰূপত দিয়া হয় যদিও অন্যান্য বৰঙণি যেনে খাদ্য, পানীয় বা অন্য বস্তুও দিয়া হ’ব পাৰে। ষ্ট্ৰীট পাৰফৰমেন্স সমগ্ৰ বিশ্বতে চৰ্চা কৰা হয় আৰু ইয়াৰ আৰম্ভণি প্ৰাচীন কালৰপৰাই চলি আহিছে।
-
বাৰিছ নৃত্য
বাৰিছ নৃত্য ( Baris dance) হৈছে ইণ্ডোনেছিয়াৰ বালিৰ পৰা অহা পৰম্পৰাগত যুদ্ধ নৃত্যৰ এটা পৰিয়াল, ইয়াৰ লগত গামেলান থাকে, য'ত নৃত্যশিল্পীসকলে যুদ্ধৰ পূৰ্বে এজন যুৱ যোদ্ধাৰ আৱেগক চিত্ৰিত কৰে, বিজয়ী বালিন যোদ্ধাৰ পুৰুষত্ব আৰু তেওঁৰ আদেশকাৰী উপস্থিতিৰ মহত্ত্বৰ প্ৰশংসা কৰে।
-
বাৱড়ী
বাৱড়ী বা বাওলী বা ষ্টেপৱেল(Stepwell) মানে হৈছে চিৰিযুক্ত কুঁৱা, পুখুৰী বা জলাশয় যʼৰ পৰা পানী তুলিবলৈ চিৰিৰে নামি প্ৰৱেশ কৰিব পাৰি। এইবোৰ পশ্চিম ভাৰতত সচৰাচৰ দেখা যায়। ভাৰতীয় উপমহাদেশৰ আন অধিক শুকান অঞ্চলতো পোৱা যায়, যি পাকিস্তানলৈ বিস্তৃত।
-
বিজয়নগৰেৰ হীৰে
বিজয়নগৰেৰ হীৰে হৈছে ২০২৬ চনৰ বাংলা ভাষাৰ একচন-এডভেঞ্চাৰ ছবি চন্দ্ৰশিশ ৰয়ৰদ্বাৰা পৰিচালিত। শ্ৰীকান্ত মহতা, মহেন্দ্ৰ সোণী আৰু প্ৰসেনজিৎ চেটাৰ্জীয়ে শ্ৰী ভেংকটেশ ফিল্মছ আৰু নিডিয়াছ প্ৰডাকচনৰ নিজ নিজ বেনাৰত প্ৰযোজনা কৰা এই ছবিখন ১৯৮৮ চনৰ সুনীল গংগোপাধ্যায়ৰ নামেৰে নিৰ্মিত উপন্যাসৰ আধাৰত নিৰ্মিত,…
-
বিদুৰভাই (চলচ্চিত্ৰ)
ত্ৰৈলোক্য বৰুৱা বলিন বৰা উদ্দীপনা বৰা হীৰক জ্যোতি বৰদলৈ শৰ্মিষ্ঠা দাস পংকজ মহন্ত বিদুৰভাই (ইংৰাজী: Bidurbhai) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা সুব্ৰত কাকতিৰ দ্বাৰা পৰিচালিত এখন কমেডি-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ।
-
বিদেশীয়া
বিদেশীয়া বা বহৰা বহাৰ (Bidesiya) ভিখাৰী ঠাকুৰ ৰচিত এখন ভোজপুৰী নাটক। ভিখাৰী ঠাকুৰে নাৰী সবলীকৰণ, প্ৰব্ৰজন আৰু দৰিদ্ৰতাৰ ওপৰত লিখা কেইবাখনো নাটকৰ ভিতৰত ই অন্যতম। এই নাটকখন ইমানে জনপ্ৰিয় হৈছিল যে ই ভোজপুৰী অঞ্চলৰ লোকনাট্য শৈলীত পৰিণত হয়।
-
বিপাশা (বাংলা চলচ্চিত্ৰ)
বিপাশা হৈছে ১৯৬২ চনৰ বাংলাদেশৰ বাংলা ভাষাৰ এখন উল্লেখযোগ্য নাট্যধৰ্মী চলচ্চিত্ৰ। অগ্ৰদূতে পৰিচালিত এই চলচ্চিত্ৰখনত উত্তম কুমাৰ আৰু সুচিত্ৰা সেনে মুখ্য ভূমিকাত অভিনয় কৰিছে। মুক্তিৰ পাছত এই চলচ্চিত্ৰখন উত্তম–সুচিত্ৰা জুটিৰ অন্যতম লোকপ্ৰিয় আৰু সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।
-
বিয়ান লিয়ান
বিয়ান লিয়ান (Bian Lian) হৈছে চিছুয়ান অপেৰাৰ অন্তৰ্গত একপ্ৰকাৰৰ প্ৰাচীন চীনা নাটকীয় শিল্প। এই শিল্প পৰিবেশকসকলে উজ্জ্বল ৰঙৰ সাজ-পোছাক পিন্ধি দ্ৰুত নাটকীয় সংগীতত নৃত্য পৰিৱেশন কৰে। তেওঁলোকে বিভিন্ন ৰঙৰ মুখা পিন্ধি সাধাৰণতে অপেৰাৰ সুপৰিচিত চৰিত্ৰসমূহক চিত্ৰিত কৰে।
-
বিশ্ব কলা দিৱস
বিশ্ব কলা দিৱস (World Art Day) হৈছে সুকুমাৰ কলাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যাপন যিটো বিশ্বজুৰি সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্ট (IAA)য়ে ঘোষণা কৰিছিল।
-
বিশ্ব চিঠি লিখা দিৱস
বিশ্ব চিঠি লিখা দিৱস (World Letter Writing Day) সমগ্ৰ বিশ্বৰ মানুহক হাতেৰে চিঠি লিখিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়।