কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী ভাৰতৰ নতুন দিল্লীত অৱস্থিত প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা সংগ্ৰহালয় আছিল। ১৯৭২ চনত স্থাপিত আৰু ১৯৭৮ চনত মুকলি হোৱা এই সংগ্ৰহালয়টোৱে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনত কাম কৰিছিল।
-
নেতাজী ভৱন
নেতাজী ভৱন ( Netaji Bhawan ) পশ্চিম বংগৰ কলকাতাত অৱস্থিত এটা ঐতিহ্যমণ্ডিত ভৱন, যাক ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী "নেতাজী" সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ এক স্মাৰক আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰক্ষণাবেক্ষণ কৰা হৈছে। বৰ্তমান ই নেতাজী ৰিচাৰ্ছ ব্যুৰোৰ মুখ্য কাৰ্যালয়।
-
নেপাল ১
নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দিল্লীৰপৰা প্ৰচাৰিত হৈছিল। ২০০৪ চনৰপৰা ২০১৫ চনলৈ ভূটানত এই চেনেলটো অতি জনপ্ৰিয় হৈছিল, বিশেষকৈ ইয়াৰ ‘ব্ৰেকিং নিউজ’ আৰু সংবাদ অনুষ্ঠানসমূহৰ বাবে, কাৰণ তেতিয়া ভূটানত চেটেলাইট চেনেলৰ সংখ্যা অতি কম আছিল।
-
নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয়
নেপালৰ প্ৰাকৃতিক ইতিহাসৰ সংগ্ৰহালয় (Natural History Museum of Nepal) বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বয়ম্ভুনাথৰ ওচৰত অৱস্থিত। সংগ্ৰহালয়টি ১৯৭৫ চনত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা সংগ্ৰহালয়টিয়ে নেপালৰ উদ্ভিদ, প্ৰাণী আৰু ভেঁকুৰৰ ৫০,০০০ নমুনা সংগ্ৰহ কৰিছে।
-
নেপালৰ সংস্কৃতি
নেপালৰ সংস্কৃতিয়ে নেপালত উপস্থিত ১২৫টা সুকীয়া জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন সংস্কৃতিক সামৰি লৈছে। নেপালৰ সংস্কৃতি সংগীত আৰু নৃত্যৰ জৰিয়তে প্ৰকাশ পায়; শিল্প আৰু শিল্পকলা; লোককথা; ভাষা আৰু সাহিত্য; দৰ্শন আৰু ধৰ্ম; উৎসৱ আৰু উদ্যাপন; খাদ্য আৰু পানীয়।
-
নেপালৰ স্থাপত্য
নেপালৰ স্থাপত্য বা নেপালী স্থাপত্য কলাত্মক আৰু ব্যাৱহাৰিক শৈলীৰ এক অনন্য মিশ্ৰণ। ভাৰত, তিব্বত আৰু চীনৰ বাণিজ্যিক পথৰ মাজত অৱস্থিত নেপালী স্থাপত্যই এই সাংস্কৃতিক দুৰ্গসমূহৰ প্ৰভাৱ প্ৰতিফলিত কৰে। দেশৰ হিন্দু মন্দিৰসমূহক পেগোডাৰ স্থাপত্য পৰম্পৰাই বিশেষভাৱে প্ৰভাবিত কৰিছে।
-
নেয়েপি
নেয়েপি:Nyepi হৈছে ইণ্ডোনেছিয়াৰ বালিবাসীৰ "মৌনতা দিৱস" যিটো বালিৰ কেলেণ্ডাৰ অনুসৰি প্ৰতি ইছাকাৱাৰ্ছা (সাকা নতুন বছৰ)ত স্মৰণ কৰা হয়। বালিবাসীৰ বাবে মৌনতা, উপবাস আৰু ধ্যান-ধাৰণাৰ এই নেয়েপি দিৱসৰ দিনা ইণ্ডোনেছিয়াত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হয়। নেয়েপিৰ পিছদিনাখন নৱবৰ্ষৰ দিৱস হিচাপে পালন কৰা হয়।
-
নেৱাৰ শিল্পকলা
নেৱাৰ শিল্পকলা নেৱাৰ সম্প্ৰদায়ৰ মানুহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহা শিল্পকলা। এই চিত্ৰ শিল্পকলাৰ ভিতৰত আছে: * পৌভা দেৱাল চিত্ৰ (murals) মন্দিৰৰ দেৱালত চিত্ৰ অংকন পাণ্ডুলিপিৰ চিত্ৰকল্প তাম আৰু পিতলৰ ভাস্কৰ্য শিলৰ ভাস্কৰ্য কাঠৰ ভাস্কৰ্য
-
নেৱাৰ সংগীত
নেৱাৰ সংগীত নেৱা সংগীত বা নেৱাৰ সংগীত বুলিও কোৱা হয়। এই সংগীত নেপালত নেৱাৰসকলে বিকশিত কৰা পৰম্পৰাগত সংগীত। এই সংগীতৰ শিপা ক্লাছিক হিন্দু আৰু বৌদ্ধে সংগীতৰপৰাই আছে। কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ পৰিধিৰ লোকসংগীতৰ অন্তৰ্ভুক্তিৰ লগে লগে ইয়াৰ বিকাশ ঘটিছিল।
-
নেৱাৰ স্থাপত্য
নেৱাৰ স্থাপত্য নেপালৰ কাঠমাণ্ডু উপত্যকাত নেৱাৰী লোকসকলে চৰ্চা কৰা এক থলুৱা স্থাপত্য শৈলী হৈছে নেৱাৰ স্থাপত্য বা নেৱা স্থাপত্য। নেৱাৰৰ স্থাপত্যত পেগোডা, স্তুপ, শিখৰ, চৈত্য, আৰু অন্যান্য শৈলীক সামৰি লোৱা হৈছে।
-
নেৱাৰসকলৰ জাতীয় সাজ
নেৱাৰসকলৰ জাতীয় সাজ বুলিলে নেপালৰ কাঠমাণ্ডু উপত্যকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ খিলঞ্জীয়া নেৱাৰ লোকসকলে পৰিধান কৰা দৈনন্দিন কাপোৰক বুজায়। পুৰণি অভিজাত শ্ৰেণী, ব্যৱসায়ী, কৃষক, শিল্পী আৰু পেছাদাৰী লোকৰ সৈতে এই কাপোৰৰ সম্পৰ্ক আছে। বেছিভাগ কাপোৰেই ঘৰতে তৈয়াৰ কৰা হৈছিল।
-
নোক্কেথাধুৰথু কান্নুম নাট্টু
নোক্কেথাধুৰথু কান্নুম নাট্টু (Nokkethadhoorathu Kannum Nattu)অৰ্থ:চকুৰে যিমান দূৰলৈকে দেখা যায়, তালৈ চাই) হৈছে ১৯৮৪ চনত মুক্তি পোৱা এখন ভাৰতীয় মালয়ালম ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ফাজিলৰ।
-
নৌকা সংগ্ৰহালয়, কলকাতা
নৌকা সংগ্ৰহালয় (Boat Museum) হৈছে এক সাৰ্বজানিক সংগ্ৰহালয়, যি সম্পূৰ্ণৰূপে বংগ অঞ্চলৰ নাওৰ ইতিহাস নথিকৰণৰ বাবে উৎসৰ্গিত। কলকাতাৰ কাঁকুৰগাছিৰ সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠানত অৱস্থিত এই সংগ্ৰহালয়টো বংগৰ নদীৰ অতীত স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এক বিৰল পদক্ষেপ।
-
নৌমতি বাজা
নৌমতি বাজা (Naumati baaja) হ'ল নটা বাদ্যযন্ত্ৰৰ সামূহিক গোট৷ এইটো পঞ্চা বাদ্যৰ বৃহত্তৰ ৰূপ, ইয়াত আৰু চাৰিটা বাদ্য সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত দমহা, ঝিয়ালি, তাম্কো, ঢোলক, চেহনাই, কৰ্ণাল, আৰু নৰসিংহ বাদ্যযন্ত্ৰ অন্তৰ্ভুক্ত, ইয়াৰে দুটাকৈ চেহনাই আৰু দমাহা৷ চেহনাই আৰু নৰসিংহ ফুঁৱাই, ডাঙৰ দমাহা, সৰু…
-
ন্বাৰন
ন্বাৰন (কেতিয়াবা নুৱাৰন বা নামকৰণ) নেপালত উদযাপিত শিশুৰ নামকৰণ অনুষ্ঠান। হিন্দু পৰম্পৰাত ল'ৰা-ছোৱালী উভয়ৰে জন্মৰ ১১ তাৰিখে ন্বাৰন পালন কৰা হয়। এই অনুষ্ঠানটো শিশুটিক তেওঁলোকৰ চন্দ্ৰ ৰাশিফলৰ ওপৰত ভিত্তি কৰি জন্মৰ নাম দিবলৈ কৰা হয়, যিটো সাধাৰণতে তেওঁলোকক জনা নাম নহয়।
-
নৱৰেহ (কাশ্মিৰী নৱবৰ্ষ)
নৱৰেহ বা কাশ্মীৰী নৱবৰ্ষ কাশ্মিৰী হিন্দুসকলে তথা কাশ্মীৰৰ হিন্দুসকলৰ ভিতৰৰ আটাইতকৈ বেছি কাশ্মীৰী পণ্ডিতসকলে পালন কৰা কাশ্মিৰী নৱবৰ্ষৰ প্ৰথম দিনটোৰ উদ্যাপন।
-
প'লা উৎসৱ
প'লা (Pola) হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীছগঢ়, মধ্য প্ৰদেশ, তেলঙ্গানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰে।
-
পচোৱা
পচোৱা শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্যাপন কৰা হয়। অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে জনা যায়।
-
পট্টানাজে
পট্টানাজে ভাৰতৰ তুলুনাডুত উৎসৱৰ বতৰ শেষ হোৱাৰ এদিনীয়া উদযাপন। তুলুনাডুৰ জনসাধাৰণৰ সকলো ধৰণৰ উৎসৱৰ বাবে নিজস্ব ধৰ্মীয় আৰু সামাজিক সময়সীমা থাকে। ই এটা নিৰ্দিষ্ট দিনৰ উদযাপন যিটো তুলুভাৰ আঞ্চলিক পঞ্জিকাত বেছা (বেছা পাঠ) নামৰ দ্বিতীয় সৌৰ মাহৰ দশম দিনত সাধাৰণতে প্ৰতি বছৰৰ ২৪ বা ২৫ মে’ত পৰে।
-
পথেমৰী
পথেমৰী (অৰ্থাৎ দাও বা পালষ্টাৰ নৌকা) হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ পিৰিয়ড ড্ৰামা চলচ্চিত্ৰ। এই কথাছবিখনৰ ৰচনা আৰু পৰিচালনা চেলিম আহমেদৰ। ইয়াত মামুট্টিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
পনা সংক্ৰান্তি
পনা সংক্ৰান্তি, (ପଣା ସଂକ୍ରାନ୍ତି) বা মহাবিষুৱ সংক্ৰান্তি (ମହା ବିଷୁବ ସଂକ୍ରାନ୍ତି), হৈছে ভাৰতৰ ওড়িয়া লোক সকলৰ দ্বাৰা উদযাপিত পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। এই উৎসৱৰ তাৰিখ চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি সৌৰ চক্ৰৰ ওপৰত নিৰ্ভৰশীল।
-
পয়লেং
পয়-লেং (ইংৰাজী: Poi-Leng) অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।
-
পশ্চিমবংগ দিৱস
পশ্চিমবংগ দিৱস (পশ্চিমবঙ্গ দিবস) হৈছে ভাৰতীয় ৰাজ্য পশ্চিমবংগৰ চৰকাৰী ৰাজ্য দিৱস। প্ৰতি বছৰে ২০ জুন তাৰিখে উদযাপিত এই দিনটোৱে ১৯৪৭ চনত বঙ্গীয় আইনসভাই গ্ৰহণ কৰা এটা প্ৰস্তাৱক স্মৰণ কৰে, যাৰ ফলত বংগ বিভাজনৰ পিছত এক সুকীয়া ৰাজ্য হিচাপে পশ্চিমবংগৰ সৃষ্টি হৈছিল।
-
পহেলী (২০০৫ চনৰ হিন্দী চলচ্চিত্ৰ)
{{Infobox film | name = পহেলী | image = Paheli film poster.jpeg | native_name = | caption = | director = অমল পালেকৰ | producer = গৌৰী খান | screenplay = সন্ধ্যা গোখলে | story = বিজয়দান দেঠা সন্ধ্যা গোখলে অমল পালেকৰ | based_on = {{based on|'"দুবিধা|বিজয়দান দেঠা}} | starring = শ্বাহৰুখ খান ৰাণী…
-
পাঁচালী গীত
নৱবৈঞ্চৱৰ আদৰ্শগত প্ৰভাৱৰ পৰা দূৰত থাকি মনসা-গীত ৰচয়িতা মনকৰৰ ৰচনাত অসমীয়া সংগীতৰ বিস্ময়কৰ নিদৰ্শন ৰক্ষিত হৈছে। মনকৰে কাব্য ৰচনা কৰা বুলি কোৱা নাই; 'পদুমাইৰ-গীত' বা 'পাঞ্চালী-গীত' বা 'শ্ৰাৱণেৰগিত' ৰচনা কৰা বুলিহে কোৱা হৈছে। যেনে- (ক)মনকৰে ৰচিলেক পদুমাইৰ গীত। ১।
-
পাকিস্তান দিৱস
পাকিস্তান দিৱস হ'ল পাকিস্তানৰ জাতীয় বন্ধৰ এটা দিন। ইয়াৰদ্বাৰা প্ৰধানকৈ ১৯৫৬ চনৰ ২৩ মাৰ্চত পাকিস্তানৰ ডমিনিয়নৰপৰা ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানলৈ পৰিৱৰ্তন হোৱাৰ সময়ত পাকিস্তানৰ প্ৰথম সংবিধান গ্ৰহণৰ স্মৃতিচাৰণ কৰা হয়, যাৰ ফলত পাকিস্তান বিশ্বৰ প্ৰথম ইছলামিক গণৰাজ্য হিচাপে পৰিগণিত হয়, যিখন…
-
পাকিস্তানী লোক-সংগীত
পাকিস্তানী লোকসংগীত বুলিলে পাকিস্তানত উৎপত্তি হোৱা স্থানীয় লোক-সংগীতৰ ধাৰাটোক বুজোৱা হয়।
-
পাণ্ডৱনী
পাণ্ডৱনী অৰ্থাৎ আক্ষৰিক ভাবে পাণ্ডৱৰ গীত আৰু কাহিনী হৈছে প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ কাহিনীৰ আখ্যান জড়িত এক লোকগায়ন শৈলী। এই শৈলীত সংগীতৰ সৈতে বাদ্যযন্ত্ৰ সংগীও জড়িত হৈ থাকে। পাণ্ডৱসকলৰ দ্বিতীয় ভীম এই শৈলীৰ কাহিনীৰ নায়ক।
-
পানীৰ পুতলা নাচ
পানীৰ পুতলা নাচ (Water Puppetry) হৈছে ভিয়েটনামৰ এক পৰম্পৰা যি একাদশ শতিকাত উত্তৰ ভিয়েটনামৰ ৰেড ৰিভাৰ ডেল্টা অঞ্চলৰ গাঁওবোৰত উৎপত্তি হৈছিল। আজিৰ ভিয়েটনামী পানীৰ পুতলা প্ৰাচীন এছিয়াৰ পুতলা নাচ পৰম্পৰাৰ এক অনন্য তাৰতম্য। পুতলাবোৰ কাঠৰ পৰা তৈয়াৰ কৰা হয় আৰু তাৰ ওপৰত লেকাৰেৰে প্ৰলেপ দিয়া হয়।
-
পাবুনি
প্ৰকৃতিৰ সুন্দৰতম সৃষ্টিসমূহৰ ভিতৰত অন্যতম - মানুহ। এই প্ৰকৃতিৰ সন্তান বাবেই প্ৰকৃতি-মানুহৰ এক সুদৃঢ় বান্ধোন আপোনা-আপুনি গঢ় লৈ উঠে। সেয়ে হয়তো প্ৰকৃতিৰ ভয়াবহ ৰূপ দেখা স্বত্বেও মানুহে প্ৰকৃতিক বেয়া পাব নোৱাৰে যিদৰে মানুহ নিৰ্মমতা দেখিও প্ৰকৃতিয়ে চিঞৰি চিঞৰি কান্দিব নোৱাৰে।