অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আই (ইংৰাজী সৰ্বনাম)

ইংৰাজী ভাষাত আই (I) এটি ব্যক্তিগত সৰ্বনাম, যিয়ে 'মই' বুজাই। আই সদায় বৰফলাত লিখা হয়। মি (মোক), মাই (মোৰ), মাইন (মোৰ), মাইছেল্ফ (মই নিজেই) আইৰ আন আন ৰূপ।

হালনাগাদ: ২৫ আগষ্ট ২০১৭ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইংৰাজী ভাষাত আই (I) এটি ব্যক্তিগত সৰ্বনাম, যিয়ে 'মই' বুজাই। আই সদায় বৰফলাত লিখা হয়। মি (মোক), মাই (মোৰ), মাইন (মোৰ), মাইছেল্ফ (মই নিজেই) আইৰ আন আন ৰূপ।

বৰফলাত লিখাৰ নিয়ম

I (আৰু কেৱল সৰ্বনামটোৰ এই ৰূপহে) ইংৰাজী ভাষাৰ একমাত্ৰ সৰ্বনাম যাক সদায় বৰফলাত লিখা হয়। এই প্ৰথা ১৫ শতিকাৰ পৰা প্ৰচলিত, পিচে, ১৭ শতিকালৈকেও সৰুফলাৰ আই i ব্যৱহাৰ কৰাৰ উদাহৰণ দেখা যায়।.১

আইৰ আন আন ৰূপ

ৱি (আছ), হি (হিম), ছি (হাৰ) আৰু দেই (দেম)ৰ দৰে আইৰো কেইবাটাও ৰূপ আছে। আই, মি, মাই, মাইন এই ৰূপকেইটা।:২

ইংৰাজী ব্যক্তিগত সৰ্বনাম

+Personal pronouns in standard Modern EnglishPerson (gender)SubjectObjectDependent PossessiveIndependent PossessiveReflexive
Singular
FirstImemyminemyself
SecondYouyouryoursyourself
ThirdMasculineHehimhishimself
FeminineSheherhersherself
Neuterititsitself
Epicenetheythemtheirtheirsthemselves
Plural
FirstWeusouroursourselves
SecondYouyouryoursyourselves
ThirdTheythemtheirtheirsthemselves

<

পুৰণি সংস্কৰণ

Old English pronouns
NominativeIPAAccusativeDativeGenitive
1stSingulariċmec / mēmēmīn
Dualwituncituncuncer
Pluralwēūsicūsūser / ūre
2ndSingularþūþec / þēþēþīn
Dualġitincitincincer
Pluralġēēowicēowēower
3rdSingularMasculinehēhinehimhis
Neuterhithithimhis
Femininehēohīehierehiere
Pluralhīehīeheomheora

তথ্যসূত্ৰ

  1. ↑ Fowler 2015
  2. ↑ Huddleston Pullum 2002, পৃ. 458

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই (ইংৰাজী সৰ্বনাম)” প্ৰবন্ধৰ সংশোধন ১৭০০৬০ (২৫ আগষ্ট ২০১৭)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।