আমেৰিকাই তলৰ প্ৰৱন্ধসমূহো বুজাব পাৰে:
দেশ
- আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ, উত্তৰ আমেৰিকা মহাদেশৰ এখন দেশ।
মহাদেশ
- আমেৰিকা (মহাদেশ), ৬ মহাদেশ মডেল অনুসৰি বৃহত্তৰ আমেৰিকা ভূখণ্ডক লৈ গঠিত মহাদেশ।
- উত্তৰ আমেৰিকা, ৭ মহাদেশ মডেলৰ এক মহাদেশ।
- দক্ষিণ আমেৰিকা, ৭ মহাদেশ মডেলৰ এক মহাদেশ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমেৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২১২৮৮৪ (১১ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।