অ (বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ।১ ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়।
এই স্বৰবৰ্ণৰ স্বৰচিহ্ন
ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে। সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয়। যেনে ক্+অ=ক।
'অ'ৰে আৰম্ভ শব্দ
- অমৰ
- অসম
তথ্যসূত্ৰ
- ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ (বঙালী)” প্ৰবন্ধৰ সংশোধন ৩৫৫৪৯৪ (২৪ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।