ঘটনাৱলী
- ১৯৫১ - নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ আৰম্ভ হয়।
জন্ম
- ১৮৫৬ - তৰু দত্ত, ভাৰতীয় অনুবাদক আৰু কবি।
- ১৮৯২ - যতীন্দ্ৰ নাথ দুৱৰা, অসমীয়া সাহিত্যিক।
- ১৯২২ - দীনা পাঠক, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৭১ - তাৰা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৭৪ - প্ৰিয়া কুমাৰ, ভাৰতীয় লেখিকা আৰু অনুপ্ৰেৰণাদায়ী বক্তা।
- ১৯৯৬ - কমলপ্ৰীত কৌৰ, ভাৰতীয় এথলীট।
মৃত্যু
- ২০১১ - অৰ্জুন সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ২০১৬ - পি. এ. চাংমা, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
- অভিযন্তা দিৱস (ছুইজাৰলেণ্ড)
- বিশ্ব মেদবহুলতা দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৭৯৩০ (৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।