বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইউৰেনাচ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ইউৰেনাচ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: ইউৰেনাচ: সৌৰজগতৰ সপ্তম গ্ৰহ ইউৰেনাচ (গ্ৰীক দেৱতা): আকাশক প্ৰতিনিধিত্ব কৰা প্ৰাচীন গ্ৰীক দেৱতা
-
ইঞ্জিল বাবা
আউলীয়া ইঞ্জিল বাবা (Auliya Injil Baba) হ'ল অসমীয়া ইছলাম ধৰ্মাৱলম্বী লোক তথা এগৰাকী ৰহস্যময়ী আউলীয়া। তেওঁৰ সমাধি দৰং জিলাৰ মঙলদৈত অৱস্থিত যিটো ইঞ্জিল বাবা দৰগাহ শ্বৰীফ বুলি জনাজাত। তেওঁ আজান পীৰ চাহেবৰ কালতে অসমত আহিছিল।
-
ইস্কন্দৰ মুদা
ইছ্কান্দাৰ মুদা (১৫৮৩? – ২৭ ডিচেম্বৰ ১৬৩৬) আছিল আচেহ দাৰুছালামৰ বাৰজনীয়া চুলতান, যাৰ অধীনত চুলতানীয়াখনে ইয়াৰ সৰ্বাধিক ভৌগোলিক বিস্তাৰ লাভ কৰিছিল, আৰু পশ্চিম ইণ্ডোনেছীয়া দ্বীপপুঞ্জ তথা মালাকা জলদ্বীপত আটাইতকৈ শক্তিশালী শক্তি আৰু ধনী ৰাজ্য হিচাপে আধিপত্য বিস্তাৰ কৰিছিল।
-
উইলিওৱা
বতৰ বিজ্ঞানত উইলিওৱা (প্ৰাচীন বানান williwau) হৈছে পাহাৰীয়া উপকূলৰপৰা সাগৰলৈ নামি অহা হঠাতে বতাহৰ বিস্ফোৰণ। এই শব্দটোৰ উৎপত্তি অজ্ঞাত যদিও প্ৰথমে ১৯ শতিকাত ব্ৰিটিছ নাৱিকসকলে ইয়াক ব্যৱহাৰ কৰিছিল।
-
এক তাল (তবলা)
এক তাল হৈছে বাৰ মাত্ৰাৰ এটি তাল।
-
এলেন ক্ৰিষ্টেনচেন
এলেন মেৰী ক্ৰিষ্টেনচেন (ইংৰাজী: Ellen Marie Christensen; ১৯১৩–১৯৯৮) এগৰাকী ডেনিছ নাৰ্ছ আছিল যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ডেনমাৰ্কত জাৰ্মান দখলৰ বিৰুদ্ধে এগৰাকী মুক্তি যুঁজাৰু হিচাপে কাম কৰিছিল।
-
এৰিট্ৰিয়া
ইৰিত্ৰিয়া, আনুষ্ঠানিকভাৱে ইৰিত্ৰিয়া ৰাজ্য, পূব আফ্ৰিকাৰ হৰ্ণ অৱ আফ্ৰিকা অঞ্চলৰ এখন দেশ, ইয়াৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ আছমাৰা। ইয়াৰ দক্ষিণে ইথিওপিয়া, পশ্চিমে চুডান আৰু দক্ষিণ-পূবে জিবুতি। ইৰিত্ৰিয়াৰ উত্তৰ-পূব আৰু পূব অংশত লোহিত সাগৰৰ কাষে কাষে বিস্তৃত উপকূল আছে।
-
ওছান
ওছান দক্ষিণ ভাৰতৰ কেৰালাৰ মুছলমানৰ এটা সম্প্ৰদায় বা গোট। মধ্য মালাবাৰ উপকূলৰ (উত্তৰ কেৰালা) মুছলমানসকলৰ মাজত ওছান পুৰুষসকল পৰম্পৰাগত চুন্নত আছিল। ওছান মহিলাসকল গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ পিছৰ যত্নৰ বিশেষজ্ঞ (ধাত্ৰী)আছিল। ওছান কেৰেলাৰ মুছলমান সম্প্ৰদায়ৰ মুছলমান।
-
ক (ইণ্ডিক)
ক ইণ্ডিক ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে। 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
-
কাংলু
কাংলু (আৰু "কাংলাদেশী" বা "কাংলা") হৈছে ভাৰত প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা এক অপমানজনক জাতিগত অপবাদ, যাক বাংলাদেশীসকল বুজাবলৈ ব্যৱহাৰৰ কৰা হৈছিল (প্ৰায়ে বাংলা মুছলমান বা প্ৰব্ বুলি গণ্য কৰা) দৰিদ্ৰতা, নিঃস্বতা, হীনমন্যতা বা অবৈধ প্ৰব্ৰৰজন।
-
কামাখ্যা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
কামাখ্যা নামে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: কামাখ্যা মন্দিৰ: গুৱাহাটীত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ। কামাখ্যা দেৱী: হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী।
-
কালপুৰুষ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
কালপুৰুষ, দেৱেন্দ্ৰ নাথ আচাৰ্যৰ দ্বাৰা লিখিত এখন উপন্যাস। কালপুৰুষ (তাৰকামণ্ডলী), মহাকাশীয় বিষুৱৰেখাত অৱস্থিত এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী কালপুৰুষ (চলচ্চিত্ৰ), বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত বঙালী চলচ্চিত্ৰ। কালপুৰুষ (পঞ্জিকা)
-
কালাদান বহু-মাধ্যম অতিক্ৰমণ পৰিবহন প্ৰকল্প
কালাদান পথ প্ৰকল্প হৈছে ৪৮৪ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰকল্প যিয়ে পূব ভাৰতৰ কলকাতাৰ সাগৰীয় বন্দৰক ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ চিটৱে বন্দৰৰ সৈতে সাগৰীয় পথেৰে সংযোগ কৰিব।
-
কালি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। কালি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * কালী - সময়, সৃষ্টি, ধ্বংস আৰু শক্তিৰ দেৱী৷ কালি - পৰিমিতিৰ জোখ-মাখৰ লগত জড়িত শব্দ৷ কলি (অসুৰ) - হিন্দু ধৰ্মৰ এটি অসুৰৰ নাম৷ কলি যুগ - হিন্দু ধৰ্মৰ এটি যুগৰ নাম৷ কালি (মাছ) - এবিধ মাছৰ নাম৷ কালী (চলচ্চিত্ৰ) -…
-
কালি লিনাক্স
কালি লিনাক্স হৈছে ডিজিটেল ফৰেনচিক আৰু পেনিট্ৰেচন টেষ্টিংৰ বাবে ডিজাইন কৰা এটা লিনাক্স ডিষ্ট্ৰিবিউচন। ই Offensive Securityৰ দ্বাৰা পৰিচালিত আৰু পুঁজি প্ৰাপ্ত।
-
কাৰিভেলা
কাৰিভেলা (বা কাৰি ভেলা):Karivela (or Kari Vela), ভাৰতৰ কেৰালাৰ পালাক্কাড জিলাত প্ৰচলিত এক পৰম্পৰাগত লোক-আচাৰ। এই অনুষ্ঠানত বহু স্বেচ্ছাসেৱকে নিজৰ শৰীৰ কাঠকয়লাৰ গুড়ি ৰে সম্পূৰ্ণ ক’লা কৰি ৰাজপথেৰে শোভাযাত্ৰা কৰি যায় (মালয়ালমত কাৰি অৰ্থাৎ ক’লা)।
-
কিছামা ঐতিহ্যমণ্ডিত গাওঁ
কিছামা ঐতিহ্যমণ্ডিত গাঁও বা নাগা ঐতিহ্য গাঁও বুলিও জনা যায়। ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ কহিমা জিলাৰ কিগৱেমা আৰু ফেছামা গাঁৱৰ মাজত পাহাৰৰ ঢালত অৱস্থিত এখন ঐতিহ্যমণ্ডিত গাঁও। এই ঐতিহ্যমণ্ডিত গাঁওখনেই বাৰ্ষিক হৰ্ণবিল উৎসৱৰ স্থান।
-
কিণ্টচুগি
কিণ্টচুগি বা কিণ্টচুকুৰই (Kintsugi) ভঙা মৃৎশিল্প লাৰে জোৰা লগাই সোণ, ৰূপ বা প্লেটিনামৰ দৰে মূল্যবান ধাতুৰ গুডি় মিহলি কৰি মেৰামতি কৰা একপ্ৰকাৰৰ জাপানী কলা। মেৰামতি কৰা এই পদ্ধতিটো লা ব্যৱহাৰ কৰা জাপানী মাকি-ই পদ্ধতিৰ দৰে একে।
-
কুন্দ
a – bed b – carriage (with cross-slide and toolpost)
-
কেজেকেপ্ট ৰুক্মিণী মেনন
কেজেকেপাট ৰুক্মিণী মেনন ( ইংৰাজী: Cazhekepat Rukmini Menon; ৬ ছেপ্টেম্বৰ ১৯২২ – ২৩ ডিচেম্বৰ ২০০৯) এগৰাকী ভাৰতীয় কূটনীতিবিদ, আৰু ভাৰতীয় বৈদেশিক সেৱাৰ কেৰিয়াৰ কূটনীতিবিদ হিচাপে কাম কৰা দ্বিতীয়গৰাকী মহিলা। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ত নামভৰ্তি কৰা প্ৰথমগৰাকী মহিলা বিষয়া।
-
কেৰেলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। কেৰেলা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * তিতা কেৰেলা, এবিধ লতাজাতীয় উদ্ভিদ তথা পাচলি ভাত কেৰেলা, আন এবিধ লতাজাতীয় উদ্ভিদ তথা পাচলি কেৰালা, ভাৰতৰ দক্ষিণাত্যৰ এখন ৰাজ্য
-
কোৰোবা (কেশসজ্জা)
কোৰোবা কেশসজ্জা হৈছে ইয়োৰুবা ব্ৰেইড কেশবিন্যাসৰ এটা প্ৰকাৰ। ইয়োৰুবা ভাষাত কোৰোবা মানে কুকি। চুলিৰ ষ্টাইলৰ আকৃতি আৰু ডিজাইনৰপৰাই এই নামটো আহিছে। ইয়াৰ আকৃতি ওলোটাকৈ টোপোলাৰ দৰে। ব্ৰেইডবোৰ মূৰৰ মাজৰ পৰা, তললৈ আহি মূৰৰ আন অংশলৈ বিয়পি পৰে।
-
গংগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। গংগা বা গঙ্গা শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * গঙ্গা নদী - ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃৰ্জাতিক নদী গংগা দেৱী - হিন্দুধৰ্মৰ এগৰাকী দেৱী গঙ্গা পূজা - ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত পালন কৰা এক ধৰ্মীয় উৎসৱ গংগা দেৱী (চিত্ৰশিল্পী) - এগৰাকী ভাৰতীয়…
-
গান্ধী ব্ৰিগেড
গান্ধী ব্ৰিগেড (Gandhi Brigade) নাইবা দ্বিতীয় গেৰিলা ৰেজিমেণ্ট-এ প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ এটা অংশ তৈয়াৰ কৰিছিল আৰু পাছলৈ সুভাষ চন্দ্ৰ বসুৱে পুনৰুত্থান কৰাৰ পাছত প্ৰথমটো শাখাৰ এটা অংশ গঠন কৰিছিল৷ ১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত গঠিত হোৱা এই শাখাটো কৰ্ণেল ইনায়ত কিয়ানিৰ অধীনত আছিল আৰু তেওঁলোকৰ…
-
গোটা (সূচিশিল্প)
গোটা পট্টি বা গোটা কাৰ্য্য (Gota (embroidery)) হ'ল এক প্ৰকাৰৰ ভাৰতীয় সূচিকৰ্ম যাৰ উৎপত্তি ভাৰতৰ ৰাজস্থানত। ইয়াত এপ্লিক কৌশল ব্যৱহাৰ কৰা হয়। বিস্তৃত আৰ্হি সৃষ্টি কৰিবলৈ কাপোৰখনত জাৰী ৰিবনৰ সৰু সৰু টুকুৰা লগোৱা হয় আৰু কাষবোৰ চিলাই কৰা হয়।
-
গোপাল জগন্নাথ থান , কচুবাৰী
REDIRECT গোপাল জগন্নাথ থান, কচুবাৰী
-
গোলাপী চুতীয়ানী
গোলাপী চুতীয়ানী( Golapi Chutiyani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী৷ এই সংগ্ৰামত পুলিচৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ পিছত তেওঁৰ মৃত্যু হৈছিল৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ আশ-পাশৰ বিভিন্ন ঠাইৰ পৰা সমদল কৰি হাজাৰ হাজাৰ নাৰী-পুৰুষ ওলাই…
-
গোস্বামী
গোস্বামী (Goswami) এক ভাৰতীয় উপাধি।
-
গ্ৰী.মা.স.+০৬:৩০
গ্ৰী.মা.স. +০৬:৩০ হৈছে +০৬:৩০ৰ সাৰ্বজনীন মান সময়ৰ পৰা এটা সময় অফছেটৰ বাবে এটা চিনাক্তকৰ্তা। ISO 8601 ত সংশ্লিষ্ট সময়টো 2023-05-24T04:07:16+06:30 হিচাপে লিখা হ'ব।
-
ঘাঁচী (মুছলিম)
ঘাঁচী বা ঘাঁচী-পিঞ্জাৰা ভাৰতৰ গুজৰাট আৰু ৰাজস্থান ৰাজ্যত পোৱা এটা মুছলমান সম্প্ৰদায়। পাকিস্তানৰ কৰাচী চহৰতো সামান্য সংখ্যক ঘাঁচী পোৱা যায়।