৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (National Highway 37A, চমুকৈ NH 37A) অসমৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো কুঁৱৰীতলৰ পৰা আৰম্ভ হৈ তেজপুৰত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ত লগ লাগিছেগৈ। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ২৩ কিঃমিঃ (১৪ মাইল)।১
লগতে চাওক
- List of National Highways in India
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ National Highways Starting and Terminal Stations. Ministry of Road Transport & Highways
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩৭এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ২২৯৯৩৫ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।